হনুমান চলিছা পাঠ কৰাৰ সময়ত কি কি কৰিব লাগে?

17 Feb 2025

TV9 ASSAM

হনুমানৰ ভক্তসকলে হনুমান চলিছা পাঠ কৰি বজৰংবলীক পূজা কৰে। হনুমান চলিছা পাঠ কৰিলে মানুহৰ মনৰ ইচ্ছা পূৰণ হয় বুলি ধৰ্মীয় বিশ্বাস আছে।

হনুমান চলিছা

যদি আপুনিও ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ হনুমান চলিছা পাঠ কৰে, তেন্তে ইয়াৰ কিছু নিয়ম জনা উচিত।

হনুমান চলিছা পাঠৰ নিয়ম

হনুমান চলিছা পাঠ কৰোতে মনটো শুদ্ধ আৰু সন্দেহ মুক্ত হ’ব লাগে। সম্পূৰ্ণ ভক্তি আৰু ইতিবাচকতাৰে পাঠ কৰা উচিত।

 সাৱধানতা

হনুমান চলিছা পাঠ কৰি থাকোঁতে মনলৈ কোনো ধৰণৰ নেতিবাচ ভাৱ আনিব নালাগে। এই সময়ত কাকো গালি-গালাজ পাৰিব নালাগে।

 নিয়ম

হনুমান চলিছা পাঠ কৰি কাৰো লগত কথা পাতিব নালাগে। সেই সময়ত ভগৱানৰ চৰণত সম্পূৰ্ণ মনোনিৱেশ কৰি সত্য হৃদয়েৰে পাঠ কৰিব লাগে।

 কি কৰিব নালাগে?

হনুমান চলিছা পাঠ কৰাৰ সময়ত ৰঙা ৰঙৰ কাপোৰ পিন্ধাটো শুভ বুলি গণ্য কৰা হয়। হনুমান চলিছা পঢ়ি থাকোঁতে ইফালে সিফালে চোৱা উচিত নহয়।

 কাপোৰৰ ৰং

হনুমান চলিছা পাঠ কৰাৰ সময়ত মুখখন পূব বা দক্ষিণ দিশত হ’ব লাগে। এই সময়ত নিজৰ ওচৰত পানী ৰাখিব লাগে।

 দিশ

হনুমান চলিছা পাঠ কৰাৰ পিছত এই পানী খোৱাটো অতি উপকাৰী। লগতে হনুমান চলিছা পাঠ কৰি থাকোঁতে বিশুদ্ধ ঘিউ বা তিল তেলৰ চাকি জ্বলাই লওক।

চাকি জ্বলাব

চাবলৈ ক্লিক কৰক 

পাকঘৰত নাৰাখিব ঔষধ