আদাৰ বহুতো গুণ আছে। ই শৰীৰৰ বাবে যথেষ্ঠ উপকাৰী।

20 March 2025

TV9 ASSAM

আয়ুৰ্বেদত আদাৰ ঔষধি গুণ সম্পৰ্কে ভালদৰে বাখ্যা কৰা হৈছে।

আদা

উপকাৰী হ'লেও সকলো বস্তুৰে অত্যধিক মাত্ৰাত ব্যৱহাৰৰ অভ্যাস বেয়া।

আদা

 কিছুমান সমস্যাত অধিক মাত্ৰা আদাৰ ব্যৱহাৰ অত্যন্ত ক্ষতিকাৰক হ'ব পাৰে।

শৰীৰৰ সমস্যা

শৰীৰত হিমোফিলিয়াৰ সমস্যা থাকিলে নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

আদা

ওজন বৃদ্ধিৰ চেষ্টা কৰিলে আদা থকা খাদ্য পৰিহাৰ কৰক।

ফাইবাৰ থাকে

গৰ্ভাৱস্থাত আদা বেছিকৈ খালে পেশী সংকোচন হৈ অকাল প্ৰসৱ হ’ব পাৰে। 

আদা

 ইয়াৰ ফলত চুলি সৰা আৰু অনিয়মিত ঋতুস্ৰাৱো হ’ব পাৰে।

আদা

চাবলৈ ক্লিক কৰক 

গণিতৰ পৰীক্ষা স্থগিত