এণ্টিবায়’টিক এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে।
27 Nov 2024
TV9 ASSAM
বিগত কেইবছৰমানৰ পৰা ভাৰতত ঔষধসমূহৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে।
ঔষধ
গেছৰ সমস্যা বৃদ্ধি হয়।
পাৰ্শ্বক্ৰিয়া
ডায়েৰিয়াৰ লক্ষণে দেখা দিয়ে।
পাৰ্শ্বক্ৰিয়া
বৃক্ক বিকল হোৱাৰ সম্ভাৱণা থাকে।
পাৰ্শ্বক্ৰিয়া
ছালৰ ক্ষতি হোৱাৰ সম্ভাৱণা থাকে।
পাৰ্শ্বক্ৰিয়া
মানসিক ৰোগৰ লক্ষণে দেখা দিয়াৰ সম্ভাৱণা থাকে।
পাৰ্শ্বক্ৰিয়া
এণ্টিবায়'টিক সেৱনৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।
পাৰ্শ্বক্ৰিয়া
চাবলৈ ক্লিক কৰক
ৰাহু কেতুৰ কৃপা!
Learn more