তিল শৰীৰত জন্মগতভাবে থাকে আৰু বহুতো পিছত হৈ উঠে।
9 Jan 2025
TV9 ASSAM
আমাৰ শৰীৰত তিল থকাটো সাধাৰণ কথা।
তিল
সমুদ্ৰ শাস্ত্ৰৰ মতে শৰীৰৰ কিছুমান অংশত তিল থকাটো ভাগ্যৰ লক্ষণ।
ভাগ্য
কাণৰ মাজত তিল থকা মানুহবোৰ অতি সৎ আৰু ভাল বন্ধু হয়।।
কাণত তিল
চকুত তিল থকা লোকে আনক অতি সহজে আকৰ্ষিত কৰিব পাৰে।
তিল
ওঁঠত তিল থকা লোক অতি ভাগ্যৱান, জীৱনত সকলো ধৰণৰ আৰাম সহজে পায়।
ওঁঠ
সোঁহাতৰ হাতৰ তলুৱাত তিল থকাটো শুভ। তেওঁলোকে জীৱনত সুখী হয়।
হাতত তিল
প্ৰায় সকলোৰে শৰীৰত কম বেছি পৰিমাণে শৰীৰত তিল বা মাহ থাকে।
তিল
চাবলৈ ক্লিক কৰক
হাঁহ-কোমোৰাৰ জুতি!
Learn more