আপোনাৰ পাৰ্ছত ৰাখক এই সামগ্ৰী, নহ'ব ধনৰ অভাৱ!

28 Feb 2025

TV9 ASSAM

হিন্দু ধৰ্মত তুলসীক বহু শুভ বুলি বিশ্বাস কৰা হয়। তুলসী অবিহনে কোনো শুভ অনুষ্ঠান সম্পন্ন নহয়।

বিশ্বাস

৪ৰ পৰা ৫ দিন পাৰ্ছত তুলসীৰ ফুল ৰাখিলে আচৰিত পৰিৱৰ্তন দেখা পাব। যাৰ ফলত আপোনাৰ জীৱনত বহুত উপকাৰ হ’ব।

তুলসীৰ ফুল

পাৰ্ছত তুলসীৰ ফুল ৰাখিলে ব্যক্তিগত জীৱনত প্ৰেমৰ সম্পৰ্ক ভালে থাকে পৰিয়লত কাজিয়া নহয়।

প্ৰেম

যদি আপুনি ধনৰ অভাৱৰ সন্মুখীন হৈছে, ৰঙা কাপোৰত বান্ধি পাৰ্ছত তুলসীৰ ফুল ৰাখক। ইয়াৰ দ্বাৰা আৰ্থিক সমস্যা দূৰ হয়।

ধনৰ অভাৱ

যদি আপোনাৰ বহু ধাৰ আছে, এই উপায় ফলপ্ৰসূ হ'ব। বিশ্বাস কৰা হয় যে, পাৰ্ছত তুলসীৰ ফুল ৰাখিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ হয়।

ধাৰ

এইবোৰৰ উপৰিও পাৰ্ছত তুলসীৰ ফুল ৰাখিলে নকৰাত্মক শক্তিৰ প্ৰভাৱ দূৰ হয়, ইতিবাচক শক্তিয়ে বাস কৰে। সেহেয়ে এই প্ৰতিকাৰ কৰক।

প্ৰতিকাৰ

আমি কেতিয়াবা কিছুমান কাম কৰিব বিচাৰিলে যিকোনো বাধা আহি পৰে। গতিকে এনে বাধা দূৰ কৰিবলৈ পাৰ্ছত তুলসীৰ ফুল ৰাখক। 

বাধা

চাবলৈ ক্লিক কৰক 

বিশ্বত কিমান সনাতনী লোক আছে?