ডিজিটেল কণ্ডম কোনে আৰু কেনেকৈ ব্যৱহাৰ কৰিব পাৰে

30 OCT, 2024 

TV9 ASSAM

ডিজিটেল কণ্ডম প্ৰকৃততে এটা এনে এপ যাৰ নাম CAMDOM. এই এপটো  মানুহৰ ব্যক্তিগত বা গোপনীয় সময় সুৰক্ষিত কৰি ৰাখিবলৈ নিৰ্মাণ কৰা হৈছে।

ডিজিটেল কণ্ডম কি

এই এপে ব্লুথুত সংযোগেৰে আপোনাৰ ফোনৰ কেমেৰা আৰু মাইক বন্ধ কৰি দিয়ে যাতে আন কোনোৱে আপোনাৰ অনুমতি অবিহনে একো ৰেকৰ্ড কৰিব নোৱাৰে।

কেনেকৈ কাম কৰে

এই এপ অন হোৱাৰ লগে লগে আপোনাপ ফোন চিক্ৰেট মোডত আহিব। ফোনত ভইচ বা ভিডিঅ ৰেকৰ্ডিং নিজে নিজে বন্ধ হয় যাব। অনলাই ঠগ প্ৰৱঞ্চনাৰ পৰা ই আপোনাক সুৰক্ষিত কৰে।

প্ৰাইভেচী

এই এপ বিশেষকৈ প্ৰেমিক- প্ৰেমিকাৰ বাবে বনোৱা হৈছে যাতে শাৰীৰিক সম্পৰ্ক স্থাপন বা অন্য কাম কৰাৰ সময়ত কোনোৱে ইয়াক ৰেকৰ্ডিং কৰিব নোৱাৰে।

প্ৰেমিক প্ৰেমিকাৰ বাবে

এই এপ ব্যৱহাৰ কৰা অতি সহজ। এপ অন কৰিবলৈ মাত্ৰ এটা চুইচত ক্লিক কৰিব লাগে। ইয়াৰ লগে লগে ফোনৰ কেমেৰা, স্পীকাৰ বন্ধ হৈ যাব।

ব্য়ৱহাৰ

বৰ্তমান সময়ত এই এপৰ সুবিধা কেৱল এনড্ৰইড ব্যৱহাৰকাৰীসকলে ল'ব পাৰিব। বিশ্বৰ কোনো কোনো দেশত ইয়াৰ ব্যৱহাৰ আৰম্ভ হৈছে। কিন্তু এপল ব্যৱহাৰকাৰীসকলে এই সুবিধা নাপায়।

কোনে ব্যৱহাৰ কৰিব পাৰে

এই এপৰ দ্বাৰা আপুনি কেইবাটাও ফোনৰ কেমেৰা আৰু মাইক বন্ধ কৰিব পাৰিব।

কেইবাটা ফোন চলিব

পঢ়িবলৈ ক্লিক কৰক 

দেৱালীৰ সময়ত কৰক এই কাম