কাউৰী ঘৰত অহা অশুভ নেকি?  কি কয় বাস্তু শাস্ত্ৰই...

27 November 2024

TV9 ASSAM

ঘৰত বা দুৱাৰ খিড়িকীত কাউৰী আহি বহা সামান্য কথা। কিন্তু বাস্তু শাস্ত্ৰ মতে কাউৰী ঘৰলৈ অহাৰ বিশেষ মহত্ব আছে।

কাউৰী ঘৰলৈ অহা

বাস্তু শাস্ত্ৰৰ মতে যাত্ৰাৰ সময়ত চিঞৰি কাউৰী ঘৰলৈ অহা মানে আপোনাৰ যাত্ৰা সফল হ'ব। ইয়াৰোপৰি আপোনাপ জীৱনত কোনো ডাঙৰ পৰিবৰ্তন আহিব পাৰে যি আপোনাৰ বাবে ভাল।

যাত্ৰাৰ সময়ত

যদি পুৱাৰ সময়ত ঘৰৰ উত্তৰ বা পূৱ দিশত কাউৰী উৰে তেন্তে ঘৰত কোনো আলহী আহিব পাৰে। ইয়াৰোপৰি কোনো ঘনিষ্ঠক লগ পাব পাৰে যি আপোনাৰ বাবে বাবে শুভ।

পুৱা সময়ত

যদি চাকৰিৰ সাক্ষাৎকাৰ বা শুভ কাৰ্যৰ বাবে যোৱাৰ সময়ত পশ্চিম দিশেৰে কাউৰী উৰি গ'লে এয়া সংকেত দিয়ে যে আপুনি সফলতা লাভ কৰিব। ইয়াৰোপৰি দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সমাধান হ'ব।

কাউৰী উৰি যোৱা

যদি আপোনাৰ ঘৰৰ বহুত কাউৰী একলগ হৈ চিঞৰিবলৈ আৰম্ভ কৰে তেন্তে সাৱধান হ'ব।   ইয়ে আপোনাৰ পৰিয়ালৰ ওপৰত আহিবলগীয়া সমস্যাৰ সংকেত দিয়ে।

সাৱধান

যদি আপোনাৰ ঘৰৰ দক্ষিণ দিশত কাউৰী আহি বহাতো অশুভ বুলি কোৱা হয়। ইয়ে সংকেত দিয়ে যে আপোনাৰ পূৰ্বজ অসন্তুষ্ট হৈছে।

দক্ষিণ দিশ

 আপোনাৰ ৰুটী কাউৰীয়ে খোৱাৰ অৰ্থ আপোনাৰ পূৰ্বত সন্তুষ্ট হৈছে। ইয়াৰোপৰি যদি আপোনাৰ ঘৰৰ বাৰাণ্ডাত ৰখা পানী কাউৰীয়ে খাই তেন্তে আপুনি বহু সোনকালে ধনী হ'ব পাৰে।

ৰুটী

পঢ়িবলৈ ক্লিক কৰক 

শনি দোষৰ পৰা মুক্তি পাবলৈ কৰক এই কাম