৫ অক্টোবৰ ২০২৪
TV9 ASSAM
পাচলি উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। দেশৰ ৯২০৫ হেক্টৰতকৈ অধিক ভূমিত বিভিন্ন পাচলিৰ খেতি কৰা হয়।
ভাৰতত বিভিন্ন পাচলি উপলব্ধ, কিন্তু আপুনি জানেনে ভাৰতৰ ৰাষ্ট্ৰীয় পাচলি কি?
ভাৰতৰ ৰাষ্ট্ৰীয় পাচলি হৈছে ৰঙালাও । ইয়াত থকা বহুতো বৈশিষ্টৰ বাবে ৰাষ্ট্ৰীয় পাচলি হিচাপে বাছনি কৰা হৈছে।
ৰঙালাও খেতি অত্যন্ত সহজ, ইয়াৰ খেতি সমগ্ৰ দেশতে আৰু যিকোনো ধৰণৰ মাটিতে কৰিব পাৰি।
ৰঙালাওৰ কোনো বতৰ নাই, ই এক বাৰমহীয়া পাচলি আৰু আপুনি ইয়াক যিকোনো বতৰতে বজাৰত সহজে বিচাৰি পাব পাৰে।
ৰঙালাওক কাচিফল, চিটাফল, ৰামকোল্লা বুলিও কোৱা হয়। সংস্কৃতত ইয়াৰ বহুতো নাম আছে। য'ত ইয়াক পুষ্ফল, বৃহতফল বুলি কোৱা হয়।