TV9 ASSAM
Pic Credit: PTI/INSTAGRAM/GETTYY
IPLত আম্পায়াৰৰ ওপৰত গুৰুত্বপূৰ্ণ দায়িত্ব থাকে। এটা ভুল সিদ্ধান্তই সমগ্ৰ মেচখনৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে। গতিকে মেচখন সফল কৰি তোলাত আম্পায়াৰৰ ভূমিকা গুৰুত্বপূৰ্ণ।
কিন্তু আপুনি জানেনে এখন মেচৰ পৰা অন-ফিল্ড আম্পায়াৰৰ পৰা ফ'ৰ্থ আম্পায়াৰলৈকে কিমান উপাৰ্জন কৰে?
খবৰ অনুসৰি IPL ২০২৫ত প্ৰতিখন খেলৰ বাবে অন-ফিল্ড আম্পায়াৰক ৩ লাখ টকা দিয়া হৈছে।
আনহাতে ফ'ৰ্থ আম্পায়াৰে প্ৰতিখন মেচৰ পৰা প্ৰায় ২ লাখ টকা উপাৰ্জন কৰি আছে।
ICCৰ পেনেলৰ এলিট আম্পায়াৰসকলে আইপিএলৰ এখন খেলৰ বাবে ৩.৭ লাখ টকা পাৰিতোষিক লয়।
ডেবলপমেণ্ট আম্পায়াৰসকলক প্ৰতিখন মেচৰ বাবে প্ৰায় ৬০ হাজাৰ টকা পাৰিতোষিক আদায় দিয়া হৈছে।
এলিট আম্পায়াৰে প্লে অফ আৰু ফাইনেলত আম্পায়াৰ কৰাৰ বাবে ৮.২ লাখ টকাৰ বোনাছ লাভ কৰে।
চাবলৈ ক্লিক কৰক