শাৰীৰিক সম্পৰ্ক গঢ়াৰ সময়ত কণ্ডম ব্যৱহাৰ কৰক। ই বহু সমস্যাৰ পৰা মুক্ত কৰিব।
17 April 2025
TV9 ASSAM
পৰিয়াল পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি কণ্ডমৰ ব্যৱহাৰ কৰা হয়।
ব্যৱহাৰ
বজাৰত বহুতো কোম্পানীৰ কণ্ডম উপলব্ধ। কিন্তু কণ্ডম ব্যৱহাৰ কৰা বেছিভাগে ই কিমান প্ৰকাৰৰ নাজানে।
ব্যৱহাৰ
ফ্লেভাৰযুক্ত আৱৰণে অৰেল যৌন সম্পৰ্কক অধিক সুখদায়ক কৰি তোলে।
অৰেল যৌন সম্পৰ্ক
অৰেল যৌন সম্পৰ্কৰ সময়ত ব্যৱহাৰ কৰিলে সংক্ৰমণ ৰ পৰা ৰক্ষা কৰিব পাৰি।
যৌন সম্পৰ্ক
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য যৌন সম্বন্ধক অধিক আনন্দদায়ক কৰা।
আনন্দদায়ক
আমাৰ দেশত দ্ৰুতগতিত বৰ্ধিত জনসংখ্যা চৰকাৰৰ বাবে চিন্তাৰ বিষয়।
কণ্ডমৰ গুৰুত্ব
চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে নিৰন্তৰ সজাগতা অভিযান চলাই আহিছে।
সজাগতা
চাবলৈ ক্লিক কৰক
জন ২হিন্দু যুৱকৰ সৈতে বিয়া হোৱা অভিনেত্ৰী!
Learn more