কি ধৰ্মৰ আছিল ৰতন টাটা, 

৯ অক্টোবৰ, ২০২৪

 ৯ অক্টোবৰৰ নিশা মৃত্যু হয় বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত সমগ্ৰ দেশজুৰি শোকৰ সৃষ্টি হয়।

ৰতন টাটা

ৰতন টাটা পাৰ্চী সমূদায়ৰ পৰা। ৰতন টাটাৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত। তেওঁৰ পিতৃৰ নাম নবেল টাটা আৰু মাতৃ  ছুনী টাটা।

ধৰ্ম কি

 ৰতন টাটাৰ মৃত্যুৰ পাছত তেওঁৰ শেষ কৃত পাৰ্চী নীতি- নিয়ম অনুসৰি হ'ব বা হিন্দু নীতি- নিয়ম অনুসৰি হ'ব।

কেনেকৈ হ'ব শেষকৃত

পাৰ্চীসকলৰ শেষকৃত্য কৰাৰ পৰম্পৰা ৩ হাজাৰ বছৰ পুৰণি। পাৰ্চীসকলৰ শেষকৃত্য কৰাৰ নিয়ম হিন্দু, মুছলিম, শিখ আৰু খ্ৰীষ্টানসকলতকৈ বেলেগ।

পাৰ্চীত কেনেকৈ হয়

এই সমূদায়ত শেষকৃত্য কৰিলে মৃতদেহ জ্বলোৱা নহয় বা কবৰ দিয়া নহয়।

বিশেষ

পাৰ্চী ধৰ্মত মৃত্যুৰ পাছত পাৰম্পাৰিক কবৰস্থান টাৱৰ অৱ চাইলেন্স বা দখমাত কৰা হয়। ইয়াত মৃতেদহ মুকলিকৈ শগুণক খাবলৈ এৰি দিয়া হয়। এই প্ৰক্ৰিয়া পাৰ্চীসকলৰ পৰম্পৰাৰ অংশ।

টাৱৰ অৱ চাইলেন্স

কিন্তু ৰতন টাটাৰ শেষকৃত হিন্দু ৰীতি নীতিৰে হোৱাৰ সম্ভাৱনা আছে। কিয়নো কোৰোনাৰ সময়ত শেষকৃত কৰাৰ নিয়ম সলনি কৰা হৈছিল। এছ অ পিৰ জৰিয়তে পাৰ্চীসকলৰ শেষকৃতৰ নীতি- নিয়মৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল।

হিন্দু নিয়মেৰে হ'ব পাৰে

পঢ়িবলৈ ক্লিক কৰক 

কি অভিশাপ দিছিল সীতাই