ভাৰতৰ ১০০ টকাৰ মূল্য  ইজৰাইলত কিমান হয়?

26 March 2025

TV9 ASSAM

ভাৰত-ইজৰাইলৰ মাজত এক ভাল সম্পৰ্ক আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজতো এক ভাল সম্পৰ্ক আছে।

ভাল সম্পৰ্ক

প্ৰতিখন দেশৰে নিজ নিজ মুদ্ৰা আছে। বেঞ্জামিন নেতানিয়াহুৰ দেশত মুদ্ৰাক ইজৰাইলী নিউ শেকেল কাৰেন্সী ব্যৱহাৰ কৰা হয়। ইয়াক সাংকেতিক চিহ্ন ₪ ৰে বুজোৱা হয়।

মুদ্ৰা

 ইজৰাইলী মুদ্ৰা নিউ শেকলক লিখিবৰ বাবে ILS শব্দ ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে ভাৰতীয় মুদ্ৰাক INR ৰে লিখা হয়।

কেনেকৈ লিখা হয়

ভাৰতৰ ১ টকাৰ মূল্য ইজৰাইলত ০.০৪৩  ইজৰাইলী নিউ শেকল হয়। তেনেস্থলত ১০০ টকা কিমান হয় জানেনে?

ভাৰতৰ হিচাপত

ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত ৪.২৭ ইজৰাইলী নিউ শেকেল হয়। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত থকা মুদ্ৰাৰ পাৰ্থক্য জানিব পাৰি।

১০০ টকাৰ মূল্য

ইজৰাইলী মুদ্ৰাৰ ওপৰত বেংক অৱ ইজৰাইলৰ নিয়ন্ত্ৰণ আছে। এই মুদ্ৰাৰ লগত লগত জড়িত নীতি-নিৰ্দেশনা এই বেংকটোৱে জাৰি কৰে।

নিয়ন্ত্ৰণ

নিউ শেকল ইজৰাইলৰ মুদ্ৰা যদিও পেলেষ্টাইনটো এই মুদ্ৰা ব্যৱহাৰ হয়। ইয়াৰ ওপৰত বিভিন্ন চৰ্চাও হৈ গৈছে।

পেলেষ্টাইন

পঢ়িবলৈ ক্লিক কৰক

ভাৰতৰ ১০০ টকা চীনত কিমান হয়?