ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে অমিতাই।
26 Nov 2024
TV9 ASSAM
অমিতাত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী যৌগ থাকে।
উপকাৰ
হৃদযন্ত্ৰ সুস্থ সবল কৰি ৰাখে অমিতাই।
হৃদযন্ত্ৰ
কাহৰ লগত তেজ ওলোৱা বন্ধ কৰে।
কাহ
কেঁচুমুৰীয়া ৰোগ উপশম কৰাত সহায় কৰে।
কেচুমুৰীয়া
অমিতাত ভিটামিন চি, ই আৰু এ থাকে।
গুণ
অমিতাই ওজন হ্ৰাস কৰাত সহায় কৰে।
ওজন
হজম শক্তি বৃদ্ধি হোৱাত সহায় কৰে।
হজম
চাবলৈ ক্লিক কৰক
‘মেড ইন ইণ্ডিয়া’ পুষ্পা!
Learn more