শিৱৰ ব্ৰত ৰাখিলে মনৰ আশা সোনকালে পূৰণ হয়।

20 FEB 2025

TV9 ASSAM

হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ বিশেষ তাৎপৰ্য আছে।

তাৎপৰ্য

বছৰত এবাৰকৈ ফাগুনত ধুমধামেৰে মহাশিৱৰাত্ৰি আয়োজন কৰা হয়। 

শিৱৰাত্ৰি

গাখীৰ অৰ্পণ কৰিলে চন্দ্ৰ গ্ৰহ সন্তুষ্ট হয় বুলি কোৱা হয় ৷

ভাল ফল পাব

বেলপাত অৰ্পণ কৰিলে বুধ গ্ৰহৰ বিৰূপ প্ৰভাৱ আঁতৰ হয় ৷

ভাল ফল পাব

মহাশিৱৰাত্ৰিৰ দিনা শিৱক পানীৰে অভিষেক কৰক।

ভাল ফল পাব

দৈ অৰ্পণ কৰিলে শুক্ৰগ্ৰহ আৰু  ধূপ জ্বলালে শনিগ্ৰহ প্ৰসমিত হয় ৷

ভাল ফল পাব

মহাশিৱৰাত্ৰিৰ দিনা দৰিদ্ৰ আৰু আৰ্তজনক কাপোৰ দান কৰিব লাগে।

ভাল ফল পাব

চাবলৈ ক্লিক কৰক 

 টিলিঙা মন্দিৰৰ ৰহস্য