এজন ব্যক্তিৰ জীৱনৰ সমস্যা আৰু দৰিদ্ৰতাৰ মূল কাৰণ বাস্তুৰ দোষ।

7 Jan 2025

TV9 ASSAM

Image Credit source: Getty Images

মানুহৰ সৰু সৰু ভুলৰ বাবে বহু আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

সমস্যা

জ্যোতিষ আৰু বাস্তুৰ মতে সূৰ্য উদয়ৰ আগত সাৰ পাবলৈ চেষ্টা কৰা উচিত।

টোপনি

ঘৰৰ নলা বা টেংকিৰ পৰা পানী টোপাল টোপালকৈ ওলোৱাটো বন্ধ কৰিব লাগে।

পানী ৰক্ষা

ঘৰৰ ভিতৰত বেয়া ইলেক্ট্ৰনিক সামগ্ৰী ৰাখিব নালাগে। 

ইলেক্ট্ৰনিক সামগ্ৰী

হিন্দু ধৰ্মত পূজা, জপৰ অতি গুৰুত্ব আছে। পূজা কৰা স্থান পৰিষ্কাৰ কৰি ৰাখিব।

পৰিষ্কাৰ 

কেতিয়াও বৃহস্পতিবাৰ আৰু একাদশীত চুলি আৰু নখ কাটিব নালাগে।

নখ-চুলি

ঘৰত বেয়া জোতা বা চেণ্ডেল ৰখাটো অশুভ বুলি গণ্য কৰা হয়।

নাৰাখিব

চাবলৈ ক্লিক কৰক 

শীতকালৰ ফেশ্বন!