হনুমান সন্তুষ্ট হ'লে কি সংকেত দিয়ে?

7 April 2025

TV9 ASSAM

হিন্দু ধৰ্মৰ বিভিন্ন শাস্ত্ৰত মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ নামত সমৰ্পিত।  এই দিনটোত ভক্তসকলে হনুমানক পূজা কৰে।

হনুমানৰ পূজা

যেতিয়া পূজাৰ দ্বাৰা ভগৱান হনুমান সন্তুষ্ট হয়, কিছুমান বিশেষ শুভ সংকেত দিয়ে। জানো আহক হনুমান সন্তুষ্ট  হ'লে এগৰাকী ভক্তই কি সংকেত লাভ কৰে...

হনুমানৰ সংকেত

এজনৰ ব্যক্তিৰ হাতৰ মংগল ৰেখা স্পষ্টভাৱে দেখা দিয়াটোৱে ভগৱান হনুমান সন্তুষ্ট হোৱা লগতে আশীৰ্বাদ প্ৰদান কৰাৰ সংকেত।

হাতৰ ৰেখা

যদি কোনোবাই চেষ্টা নকৰাকৈয়ে জীৱনত চলি থকা বিভিন্ন সমস্যাৰ পৰা মুক্তি লাভ কৰিছে, তেন্তে বুজি ল'ব যে হনুমান সন্তুষ্ট হৈছে আৰু আশীৰ্বাদ প্ৰদান কৰিছে।

সমস্যাৰ পৰা মুক্তি

যদি এজন ব্যক্তিয়ে সপোনত  হনুমান, তেওঁৰ মন্দিৰ, গদা, উৰি থকা বজৰংগবলী বা ভগৱান ৰাম-সীতাক দেখা পায়, সেয়া হনুমান সন্তুষ্ট হোৱাৰ সংকেত।

সপোন

যদি কোনোবাই হঠাতে জেচমিন ফুলৰ সুগন্ধ লাভ কৰিবলৈ ধৰে বা হনুমানৰ সেন্দুৰ দেখা পায়, সেয়াও ভগৱান হনুমান সন্তুষ্ট হোৱাৰ সংকেত।

ফুলৰ সুগন্ধ

যদি  এজন ব্যক্তিৰ মনলৈ বাৰে বাৰে হনুমান চালিছা,সুন্দৰকাণ্ড বা  ভগৱান ৰামৰ নাম আহি থাকে, সেইবোৰেও ভগৱান হনুমান সন্তুষ্ট হোৱাৰ সংকেত প্ৰদান কৰে।

হনুমান চালিছা

চাবলৈ ক্লিক কৰক 

মঙলবাৰে দান কৰক এই  সামগ্ৰী