মহাকাশত  মহাকাশচাৰীসকলৰ বাবে কিদৰে খাদ্যৰ ব্যৱস্থা কৰা হয়?

27 November 2024

TV9 ASSAM

সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰ ৫ জুনৰ পৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত আছে। ইমান দীঘলীয়া সময় মহাকাশত থকাটো সহজ নহয়।

সুনীতা উইলিয়ামছ

মহাকাশলৈ যাওতে মহাকাশচাৰীসকলে কিমান দিনৰ  আৰু কেনে ধৰণৰ খাদ্য লৈ যায় আপুনি জানেনে?

খাদ্য

মহাকাশচাৰীসকলক তেওঁলোকৰ মহাকাশ অভিযানৰ ওপৰত ভিত্তি কৰি খাদ্য দিয়া হয়।  গড় হিচাপত  এটা মহাকাশ অভিযানৰ বাবে মহাকাশচাৰীসকলে ৭ৰ পৰা ৩০ দিনৰ বাবে খাদ্য লগত নিব লাগে।

মিছন অনুসৰি খাদ্য

মহাকাশলৈ লৈ যোৱা খাদ্য বেলেগ।  মহাকাশত মাধ্যাকৰ্ষণৰ অভাৱ থাকে। যাৰ ফলত তৰল আৰু কঠিন পদাৰ্থ ওপঙিব পাৰে বা বিয়পিব পাৰে।

 বেলেগ খাদ্য

এনে ক্ষেত্ৰত, খাদ্য এনেদৰে প্ৰস্তুত কৰা হয় যিয়ে ইয়াক ওপঙি থকা বা বিয়পাই যোৱাক প্ৰতিহত কৰে। বেছিভাগ খাদ্য শুকান কৈ পেক কৰা হয়।

শুকান খাদ্য

মহাকাশচাৰীসকলে  এই খাদ্য খোৱাৰ উপযোগী কৰিবলৈ বাবে পানী যোগ দিব লাগে

পানী

খাদ্য দীঘলীয়া সময়ৰ বাবে সুৰক্ষিত ৰাখিবলৈ ভেকুৱাম পেকিং কৰা হয়। ই বস্তুবোৰ সতেজ ৰাখে আৰু সেইবোৰ পেক কৰিবলৈ সহজ হয়।

ভেকুৱাম পেকিং 

মহাকাশৰ খাদ্য পুষ্টিৰ সমৃদ্ধ কৰি প্ৰস্তুত কৰা হয়। মহাকাশচাৰীসকলক স্বাস্থ্যৱান কৰি ৰাখিবলৈ ইয়াত প্ৰ'টিন, কাৰ্বোহাইড্ৰেট, ভিটামিন আৰু খনিজ পদাৰ্থৰ সঠিক ভাৰসাম্য থাকে।

প্ৰচুৰ পুষ্টি

পঢ়িবলৈ ক্লিক কৰক 

সাগৰীয় ঘূৰ্ণী ফেংগাল