ক’ত আছে অৰ্জুনৰ মহাভাৰত বিজয়ী ঐশ্বৰিক গাণ্ডীৱ ধনু!

25 November 2024

TV9 ASSAM

মহাভাৰতৰ অন্যতম প্ৰধান চৰিত্ৰ অৰ্জুনৰ গাণ্ডীৱ নামেৰে এখন ঐশ্বৰিক ধনু আছিল। এই ধনুৰে শত্ৰুক সংহাৰ কৰিছিল অৰ্জুনে।

অৰ্জুনৰ ঐশ্বৰিক ধনু

অৰ্জুনৰ এই ঐশ্বৰিক ধনু এতিয়া ক'ত আছে, এই লৈ সাধাৰণতে বহু লোকৰ মনত প্ৰশ্নৰ উদয় হয়।

ক'ত আছে গাণ্ডীৱ?

এই ঐশ্বৰিক গাণ্ডীৱ ধনু অৰ্জুনক ভগৱান শিৱই দিছিল বুলি কোৱা হয়। চাওঁ আহক এই বিষয়ে।

গাণ্ডীৱ ধনু

অৰ্জুনৰ গাণ্ডীৱ ধনু উত্তৰাখণ্ডৰ চম্পাৱত জিলাৰ ব্যান্ধুৰা মন্দিৰত থোৱা হৈছিল বুলি বিশ্বাস কৰা হয়।

লোক বিশ্বাস

এই স্থানতে অৰ্জুনে নিজৰ গাণ্ডীৱ ধনুখন শিলৰ তলত লুকুৱাই ৰাখিছিল বুলি বিশ্বাস কৰা হয়। আজিও এই স্থানত ধনু-কাঁড় আগবঢ়োৱা হয়।

শিলৰ তলত গাণ্ডীৱ!

আন এক লোকবিশ্বাস মতে পাণ্ডৱৰ হিমালয় যাত্ৰাৰ সময়ত অগ্নিদেৱে অৰ্জুনক বৰুণ দেৱতাক গাণ্ডীৱ ধনু উভতাই দিয়াৰ পৰামৰ্শ দিছিল।

আন এক বিশ্বাস

অগ্নিদেৱৰ এই পৰামৰ্শ মানি অৰ্জুনে গাণ্ডীৱ ধনু সমুদ্ৰত বিসৰ্জন দিয়া বুলি বিশ্বাস কৰা হয়।

সমুদ্ৰত বিসৰ্জন

অৰ্জুনে নিজৰ গাণ্ডীৱ ধনু আৰু সকলো অস্ত্ৰ এজোপা শমী গছৰ তলত লুকুৱাই ৰাখিছিল বুলিও আন এক লোকবিশ্বাস প্ৰচলিত।

এইদৰেও হয় চৰ্চা

 পঢ়িবলৈ ক্লিক কৰক

নিলামত এইকেইগৰাকী খেলুৱৈয়ে লাভ কৰিলে বিপুল ধন