মহাভাৰতৰ ১ ১ যোদ্ধাই যুঁজিব কলিযুগৰ ধৰ্মযুদ্ধ!

১৭ অক্টোবৰ, ২০২৪

মহাভাৰতৰ যুদ্ধত প্ৰায় ৪৫ লাখলোকে যুঁজিছিল। দ্বাপৰ যুগৰ ১১ গৰাকী যোদ্ধা এনে আছে যিয়ে কুৰুক্ষেত্ৰত হোৱা যুদ্ধত অংশ গ্ৰহণ কৰা নাছিল।

মহাভাৰত যুদ্ধ

কোৱা হয়, আজিৰ পৰা প্ৰায় ৫২০০ বছৰ পূৰ্বে মহাভাৰতৰ যুদ্ধ হৈছিল। এই যুদ্ধত ১১ গৰাকী মহান যোদ্ধাই অংশ গ্ৰহণ কৰা নাছিল যিয়ে কলিযুগত ধৰ্মযুদ্ধ যুঁজিব।

১১ মহান যোদ্ধা

সাধু অচ্যুতানন্জৰ কিতাপৰ ভৱিষ্য মালিকাৰ মতে কলি যুগত এই ১১ গৰাকী মহান যোদ্ধাই যুঁজিব যেতিয়া কলিযুগৰ অন্তৰ বাবে কল্কিৰ অবতাৰ আহিব।

কলিযুগ

 মহাভাৰতৰ যুদ্ধৰ সময়ত ভীতৰ নাতি দানবীৰ বৰ্বৰীকৰ মূৰ কৃষ্ণই লৈছিল। গতিকে তেওঁ সেই যুদ্ধত অংশ গ্ৰহণ কৰা নাছিল।

বৰ্বৰীক

য়ুয়ুত্য ধৃতৰাষ্ট্ৰৰ অবৈধ সন্তান বুলি কোৱা হয়। মহাভাৰতৰ যুদ্ধত তেওঁ পাণ্ডৱৰ পক্ষত আছিল যদিও যুদ্ধত অংশ গ্ৰহণ কৰা নাছিল।

য়ুযুত্য

বলৰামে দুৰ্যোধন আৰু ভীমক গদাৰ শিক্ষা দিছিল কিন্তু কৃষ্ণ পাণ্ডৱৰ পক্ষক আছিল। সেইবাবে তেওঁ এই যুদ্ধত অংশ লোৱা নাছিল।

বলৰাম

উডুপী ৰজাই শ্ৰীকৃষ্ণৰ কথা মতে মহাভাৰতৰ যুদ্ধৰ সময়ত কৌৰৱ আৰু পাণ্ডৱৰ খাদ্যৰ ব্যৱস্থা কৰিছিল। যাৰ বাবে তেওঁ যুদ্ধত অংশ লোৱা নাছিল।

উডুপী ৰজা

ধৃতৰাষ্ট্ৰৰ ইচ্ছা থকাৰ পাছতো অন্ধ হোৱা বাবে মহাভাৰতৰ যুদ্ধত অংশ গ্ৰহণ কৰিব পৰা নাছিল। সেয়ে তেওঁ দুৰ্যোধনক দায়িত্ব দিছিল।

ধৃতৰাষ্ট্ৰ

শূত পুত্ৰ সঞ্জয় মহৰ্ষি বেদব্যাসৰ পৰা শিক্ষা লৈছিল। সঞ্জয়ৰ দিব্যদৃষ্টিৰ দ্বাৰা ধৃতৰাষ্ট্ৰই মহাভাৰতৰ যুদ্ধৰ বিষয়ে জানিছিল।যাৰ বাবে সঞ্জয়ে যুঁজা নাছিল।

সঞ্জয়

বেদব্যাসে মহাভাৰত লিখিছিল। তেওঁৰ কৃপাত কৌৰৱ বংশ আৰু ধৃতৰাষ্ট্ৰই সন্তান লাভ কৰিছিল।

বেদব্যাস

বিদূৰ কৌৰৱৰ মন্ত্ৰী আছিল আৰু পাণ্ডৱৰ প্ৰতি তেওঁৰ ভাল ভাব আছিল। সেয়ে তেওঁ মহাভাৰতৰ যুদ্ধৰ পৰা দূৰত  আছিল।

বিদূৰ

ৰুক্মিনীৰ ভাতৃৰ সম্পৰ্কীয় আছিল। এইগৰাকী ৰজাইও মহাভাৰতৰ যুদ্ধত অংশ লোৱা নাছিল।

ৰজা ৰুক্ম

ভগৱান কৃষ্ণ অৰ্জুনৰ ৰথৰ সাৰথি আছিল কিন্তু অস্ত্ৰ উঠোৱা নাছিল। তেওঁ অপ্ৰত্যক্ষভাৱে যুদ্ধত অংশগ্ৰহণ কৰিছিল।

শ্ৰীকৃষ্ণ

ভগৱান পৰশুৰাম মহাভাৰতৰ যুদ্ধত অংশ গ্ৰহণ কৰা নাছিল। কলি যুগত পৰশুৰামে ভগৱানৰ সহায় কৰিব। এই ১১ গৰাকীয়ে কলিযুগত ধৰ্ম যুদ্ধত যুঁজিব।

পৰশুৰাম

পঢ়িবলৈ ক্লিক কৰক 

ব্ৰহ্মাক কিয় পূজা নকৰে