বিয়াৰ জোৱাৰ উঠিছে ছবিজগতৰ অভিনেতা-অভিনেত্ৰীৰ মাজত!
7 FEB 2025
TV9 ASSAM
ইজনৰ পিছত সিজনে হোমৰ জুইক সাক্ষী কৰি আৰম্ভ কৰিছে যুগ্ম জীৱন।
বিয়া
অভিনয়েৰে সকলোৰ হৃদয় জয় কৰা জানমণিৰ জীৱনলৈ আহিছে সংগী।
জানমণি
৬ ফেব্ৰুৱাৰীত মানস বৰাৰ সৈতে আৰম্ভ কৰিলে যুগ্ম জীৱন।
জানমণিৰ বিয়া
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ অভিনেতা মোহনেও পাতিলে বিয়া।
মোহনৰ বিয়া
ইফালে, অসমীয়া অভিনেত্ৰী অলিস্মিতা গোস্বামীয়েও অতি সাধাৰণকৈ পাতিলে বিয়া।
অলিস্মিতাৰ বিয়া
সামাজিক মাধ্যমত পোষ্টৰ জৰিয়তে অনুৰাগীক দিছে বিয়াৰ খবৰ।
পোষ্ট
আটাইতকৈ চৰ্চা লাভ কৰা বিয়াখন হৈছে মোহন ওৰফে দ্বীপজ্যোতি কেওটৰ বিয়া।
মাঘৰ চৰ্চিত বিয়া
চাবলৈ ক্লিক কৰক
দীপলিনাৰ জন্মদিন
Learn more