হাতৰ কোন আঙুলিত কাছ থকা আঙুঠি পিন্ধিব নালাগে

20 Nov 2024

TV9 ASSAM

ৰত্ন শাস্ত্ৰৰ কাছৰ আঙুঠিৰ বিশেষ মহত্ব আছে। মান্যতা অনুসৰি, কাছৰ আঙুঠিয়ে ধন আকৰ্ষিত কৰে আৰু ঘৰত সুখ- শান্তি কঢ়িয়াই আনে।

কাছৰ আঙুঠি

হাতত কাছৰ আঙুঠি পিন্ধাত বিভিন্ন নিয়ম আছে। জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে হাতৰ কোনটো আঙুলিত কাছৰ আঙুঠি পিন্ধিব লাগে আৰু কোনটো আঙুলিত নালাগে।

নিয়ম

কাছৰ আঙুঠি সদায় সোঁ হাতৰ মধ্যমা বা তৰ্জনী আঙুলিত পিন্ধিব লাগে। বেলেগ আঙুলিত এই আঙুঠি পিন্ধিলে ভাল ফল পোৱা নাযায়।

কোনটো আঙুলিত

কাছৰ আঙুঠি বাওঁ হাতত পিন্ধিব নালাগে। বাওঁ হাতৰ তৰ্জনী বা মধ্যমা আঙুলিত কাছৰ আঙুঠি পিন্ধিলে সমস্যা আহি পৰে।

পিন্ধিব নালাগে

কাছৰ আঙুঠি পিন্ধাৰ পূৰ্বে গাখীৰ আৰু গংগা জলেৰে আঙুঠিটো শুদ্ধ কৰি ল'ব। পাছত পিন্ধাৰ পূৰ্বে মা লক্ষ্মীৰ চৰনত ৰাখি সুক্ত পাঠ কৰিব লাগে।

কেনেকৈ পিন্ধিব

কাছৰ আঙুঠি শুকুৰবাৰৰ দিনা পিন্ধা শুভ বুলি গন্য কৰা হয়। শনিবাৰে কাছৰ আঙুঠি ক্ৰয় বা পিন্ধাৰ পৰা বিৰত থাকিব লাগে।

দিন

ৰত্ন শাস্ত্ৰ অনুসৰি মেঘ, কন্যা, বৃশ্চিক, মীন ৰাশিৰ লোকসকলে কাছৰ আঙুঠি পিন্ধিব  নালাগে।

কোনে পিন্ধিব নালাগে

পঢ়িবলৈ ক্লিক কৰক

শৰীৰৰ কি সমস্যা থাকিলে গাখীৰ খাব নালাগে