ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়।

4  Dec 2024

TV9 ASSAM

এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল।

অগ্নিগড়

 বাণৰজাই কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবলৈ এই গড়টোৰ নিৰ্মাণ কৰিছিল।

ঊষা

ঊষাৰ প্ৰেমিক অনিৰুদ্ধক ইয়াতেই বন্দী কৰি ৰাখিছিল বুলি বিশ্বাস কৰা হয়।

প্ৰেম

অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ স-সৈন্যেৰে শোণিতপুৰত আহিছিল।

যুদ্ধ

নগৰত প্ৰৱেশ কৰাৰ কোনো চিদ্ৰ নেদেখি গৰুড়ৰ দ্বাৰা নগৰত প্ৰৱেশ কৰিছিল।

যুদ্ধ

 মহাভাৰতৰ হৰিবংশৰ বিষ্ণুপৰ্বত উল্লেখ আছে।

অগ্নিগড়

পিছত টিলাটোত এখন উদ্যানলৈ গঢ়ি তোলা হয়।

পাৰ্ক

চাবলৈ ক্লিক কৰক 

নৱবৰ্ষত ভ্ৰমণ