বিশ্বত তথা ভাৰতত পৰীক্ষাৰ ইতিহাসৰ বিষয়ে জানেনে?

২৯ জুলাই, ২০২৪

TV9 ASSAM

পৰীক্ষাৰ প্ৰতি থকা বিৰাগ ভাৱৰ বাবে আপুনি কেতিয়াবা বাৰু ক’ত, কেতিয়া আৰু কোনে পৰীক্ষাৰ আৰম্ভণি কৰিছিল সেই বিষয়ে ভাবিছেনে!

পৰীক্ষাৰ ইতিহাস

আমেৰিকান ব্যৱসায়ী হেনৰী ফিচেলে পোনপ্ৰথমে বিশ্বত এই ধাৰণাটো আগবঢ়াইছিল যে জ্ঞান পৰীক্ষা কৰিবলৈ পৰীক্ষা হ’ব লাগে।

পৰীক্ষাৰ জন্মদাতা

চীন দেশে পোন প্ৰথমে পৰীক্ষাৰ ধাৰণা গ্ৰহণ কৰি দেশত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰম্পৰা আৰম্ভ কৰিছিল।

প্ৰথমখন দেশ

বিশ্বত প্ৰথমবাৰৰ বাবে চীনে ‘The Imperial Examination’ নামেৰে পৰীক্ষা আৰম্ভ কৰিলে।

পৰীক্ষাৰ বিষয় কি?

ভাৰতত পৰীক্ষা দিয়াৰ ধাৰা আৰম্ভ হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ অহাৰ পিছত।

ভাৰতত পৰীক্ষা

ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত চৰকাৰী কৰ্মচাৰী নিযুক্তিৰ বাবে ১৮৫৩ চনত পৰীক্ষা আৰম্ভ কৰিছিল।

প্ৰথম পৰীক্ষা

কিন্তু এই পৰীক্ষা লণ্ডনত অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ পিছতহে ক্ৰমাৎ ভাৰতত আৰম্ভ হৈছিল পৰীক্ষাৰ পৰম্পৰা।

লণ্ডনত এই পৰীক্ষা

পঢ়িবলৈ ক্লিক কৰক

কিমান সম্পত্তিৰ অধিকাৰী মনু!