OYO প্ৰেমিক প্ৰেমিকাৰ কিয় প্ৰথম পচন্দ?

২৯ আগষ্ট, ২০২৪

Tv9 Assam

oyo হোটেল এটা ডাঙৰ নাম। oyo ত হোটেল বুক কৰা অতি সহজ আৰু কম দামতো ৰুম পোৱা যায়।

oyo

oyo ৰ দাম বিভিন্ন ধৰণৰ। কম দামীৰ পৰা উচ্চ দামলৈ oyo ৰ ৰুম থাকে। বহু হোটেল oyo ত উপলব্ধ। ৫০০-১০০০ টকাতো ৰুম পোৱা যায়।

দাম

oyo ই নিজৰ হোটেলসমূহ চাফ- চিকুন আৰু সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ধ্যান দিয়ে। প্ৰেমিক প্ৰেমিকাই ইয়াত সুৰক্ষিত আৰু প্ৰাইভেট স্পেচ লাভ কৰে।

সুৰক্ষা

oyo  হোটেলত ফ্ৰী ৱাই-ফাই, এচি, টিভি আদিকে ধৰি বহু সুবিধা উপলব্ধ থাকে। যাৰ বাবে বহুতে oyo ৰ হোটেলত থাকি ভাল পায়।

সুবিধা

কিছুমান হোটেলে স্থানীয় আইডিৰ দ্বাৰা বুকিঙৰ অনুমতি নিদিয়ে। কিন্তু oyo ত হোটেল বুকিং কৰাৰ ক্ষেত্ৰত বিশেষ অসুবিধা নহয়।

বুকিং

oyo  হোটেল ডাঙৰ ডাঙৰ চহৰৰ পৰা আৰম্ভ কৰি সৰু এখন ঠাইতো পোৱা যায়। অতি সহজে ইয়াৰ বুকিং কৰিব পাৰে।

ঠাই

oyo হোটেল পৰ্যটক আৰু প্ৰেমিক- প্ৰেমিকাৰ বাবে এইবোৰ কাৰণতে জনপ্ৰিয়।  প্ৰেমিক- প্ৰেমিকাই হোটেল বুক কৰাৰ সময়ত বেছি অসুবিধাত নপৰে।

পৰ্যটক

পঢ়িবলৈ ক্লিক কৰক 

যোগ