মহিলাসকলে মাহেকীয়াত পেটৰ বিষৰ বাবে কষ্ট অনুভৱ কৰে।

28 March 2025

TV9 ASSAM

সাধাৰণতে প্ৰথম তিনিদিনত এই সমস্যা বেছি হয়। বহু ক্ষেত্ৰত এই বিষ সহ্য কৰাটোও অতি কঠিন হৈ পৰে।

পেটৰ বিষ

মেডিকেল জাৰ্নেল দ্য নেচাৰ জাৰ্নেলৰ তথ্য অনুসৰি প্ৰায় ৫০ শতাংশ মহিলাই মাহেকীয়াৰ সময়ত তীব্ৰ বিষ অনুভৱ কৰে।

পেটৰ বিষ

আনকি মহিলাসকলে ইয়াৰ পৰা হাত সাৰিবলৈ বিষনাশক ঔষধো সেৱন কৰে। কিছুমানে এই অসস্যকৰ বিষৰ বাবে বমি, পায়খানা সকলো কৰে।

পেটৰ বিষ

 মাহেকীয়াৰ সময়ত জৰায়ুৰ পেশীবোৰ সংকোচিত হয় আৰু ইয়াৰ ফলত মহিলাসকলৰ বিষ হয়। সাধাৰণতে মাহেকীয়া আৰম্ভ হোৱাৰ পিছত এদিন বা দুদিনলৈকে এই বিষ থাকে। 

পেটৰ বিষ

মহিলাৰ দেহত উপস্থিত থকা প্ৰষ্টাগ্লেণ্ডিন হৰম’নৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক পদাৰ্থও ইয়াৰ কাৰণ।

কাৰণ

কিছুমান মহিলাৰ পিৰিয়ড ক্ৰেম্পৰ বিষ অতি তীব্ৰ হ’ব পাৰে আৰু কেইবাদিনো ধৰি থাকিব পাৰে। এই সময়ছোৱাত মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

পেটৰ বিষ

আপুনি পানী অধিক পোৱা খাদ্য খাওক। যেনে, আপোনাৰ খাদ্যত তৰমুজ, তিঁয়হ অন্তৰ্ভুক্ত কৰক। ডাৰ্ক চকলেট পিৰিয়ডৰ ক্ৰেম্প কমোৱাতো সহায়ক।

পেটৰ বিষ

পঢ়িবলৈ ক্লিক কৰক

সুৰাপায়ীৰ বাবে সুখবৰ!