ঠাণ্ডা লাগিলে মানুহৰ শৰীৰ কিয় কঁপিবলৈ আৰম্ভ কৰে ?

1Jan 2025

TV9 ASSAM

উত্তৰ-পূবকে ধৰি দেশৰ বিভিন্ন স্থানত ঠাণ্ডা বৃদ্ধি পাবলৈ ধৰিছে । ঠাণ্ডা সংস্পৰ্শলৈ আহিলে মানুহ কঁপিবলৈ আৰম্ভ কৰে । কিয় এনে হয় জানেনে ?

বৃদ্ধি পাইছে ঠাণ্ডা

ঠাণ্ডা দিনত শৰীৰটো কঁপনি উঠাৰ বিশেষ কাৰণ আছে ? শৰীৰৰ উষ্ণতা ৩৭.১ ডিগ্ৰী ছেলছিয়াছৰ তললৈ নামিলে কঁপনি উঠে ।

 শৰীৰৰ উষ্ণতা 

শৰীৰৰ উষ্ণতা ৩৭.১ ডিগ্ৰী তললৈ নামিলে ছালৰ পৰা সংকেত মেৰুদণ্ডলৈ যায় । ইয়াৰ পাছত এই সংকেত মগজুলৈ যায় ।

সংকেত

ঠাণ্ডাৰ সংকেত মগজুৱে পালে পেশীবোৰ সক্ৰিয় হৈ পৰে আৰু শৰীৰটো ঠাণ্ডা হৈ পৰে ।

পেশীবোৰ সক্ৰিয় 

শৰীৰটো গৰম কৰি ৰখা প্ৰয়োজনীয়তা আহিলে শৰীৰটো কঁপি উঠে । এনে কৰিলে বতৰৰ সৈতে শৰীৰৰ ভাৰসাম্য অতুত থাকে ।

শৰীৰৰ ভাৰসাম্য

মানুহে ঠাণ্ডা অনুভৱ কৰিলে শৰীৰ সংকুচিত হয় । এনে কৰিলে শৰীৰ তাপ অক্ষত থাকে ।

শৰীৰ তাপ অক্ষত থাকে

যেতিয়া ঠাণ্ডা অনুভৱ কৰে, তেতিয়া শৰীৰ গৰমৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । ইয়াৰ বাবে হিটাৰ বা জুই সহায় ল'ব পাৰে ।

শৰীৰ গৰম কৰক

পঢ়িবলৈ ক্লিক কৰক

বছৰৰ প্ৰথমটো দিনত দান কৰক এইসমূহ বস্তু