নৱৰাত্ৰি মা দুৰ্গাৰ প্ৰতি সমৰ্পিত এক গুৰুত্বপূৰ্ণ উৎসৱ।

11  October 2024

 TV9 Assam

নৱৰাত্ৰিৰ পূজাৰ সময়ত ব্ৰহ্মচাৰ্য নীতি অনুসৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ

নৱৰাত্ৰি

এই কাৰণে নৱৰাত্ৰিৰ সময়ত বিবাহ নিষিদ্ধ বুলি মানি চলা হয়।

বিবাহ

নৱৰাত্ৰিৰ ৯ টা দিনত দেৱীৰ ৯ ৰূপৰ পূজা কৰা হয়।

ন দেৱী

পৰম শক্তিশালী বুলি গণ্য কৰা হয়।

দুৰ্গা

কোনোৱে সঁচা অন্তৰৰে পূজা কৰে তেন্তে শুভ ফল লাভ কৰিব পাৰে।

পূজা

বিশ্বাস কৰা হয় যে এই পবিত্ৰ দিনত মা দুৰ্গা প্ৰতিখন ঘৰতে আশ্ৰয় লয়।

দুৰ্গা

আজি অষ্টমী আৰু নৱমী একেদিনাই পালন কৰা হৈছে।

অষ্টমী-নৱমী

'ভাল লগা নাই'

চাবলৈ ক্লিক কৰক