এইসকল লোকৰ প্ৰজনন ক্ষমতা বেছি

৬ অক্টোবৰ, ২০২৪

বিশ্বত বিভিন্নলোকৰ মাজত সন্তান জন্ম দিয়াৰ ক্ষমতা কম হৈ গৈ আছে।  FERTILITY RATE কম হোৱা বৰ্তমানৰ এক ডাঙৰ সমস্যা। কিন্তু ইজৰাইলৰলোকে সকলৰ এই ক্ষমতা বেছি।

প্ৰজনন ক্ষমতা  

এগৰাকী মহিলাই কিমান শিশু জন্ম দিব পাৰে তাৰ ক্ষমতা নিৰ্ধাৰণ কৰে। ইয়াকে FERTILITY RATE বুলি কোৱা হয়।

কি হিচাপে ধৰে

ইজৰাইলৰ এগৰাকী মহিলাই ৩ টাকৈ শিশু জন্ম দিব পাৰে। ইয়াৰ বিপৰীতে ভাৰতৰ মহিলাই ২ টা, ইৰাণত ১.৬৯ আৰু লেবাননত ইয়াৰ সংখ্যা ২ ।

 সংখ্যা

ইজৰাইলৰ FERTILITY RATE বেছি। ইয়াৰ আঁৰত আছে ইজৰাইল চৰকাৰৰ নীতি আৰু পৰম্পৰা। আহক এই সম্পৰ্কে জানো।

কাৰণ কি

ইজৰাইল চৰকাৰে আই ভি এভক গুৰুত্ব দিয়ে। ইয়াৰ বাবে চাবচিডিও জাৰি কৰিছে। । যেতিয়ালৈকে মহিলাৰ বয়স ৪৫ বছৰ নহয় আৰু ২ টা শিশু জন্ম নহয় তেতিয়ালৈ ivf কৰিব পাৰে।

ivf

ইজৰাইলৰ সংস্কৃতিত ক'মেও ২টা শিশু ৰখাৰ পৰম্পৰা আছে। পৰিয়াল বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। শিক্ষিতসকলেও এই পৰম্পৰা মানি চলে।

সংস্কৃতি

ইজৰাইলৰলোকৰ জীৱনশৈলীও ইয়াক সহায় কৰে। লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলে শিশুৰ লালন-পালন কৰে।

জীৱনশৈলী

পঢ়িবলৈ ক্লিক কৰক 

১১ তাৰিখ ১১ বজা