কাশীৰ গংগা কিয় ওলোটাকৈ বয়?

4 Nov 2024

 TV9 Assam

গংগা নদী হিন্দু ধৰ্মত গংগাক সবাতোকৈ পবিত্ৰ নদী বুলি গন্য কৰা হয়। গংগা নদীৰ ঘাটত আৰতীও কৰা হয়। প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই গংগাত স্নান কৰিবলৈ আহে।

গংগা নদী

মান্যতা অনুসৰি গংগাত স্নান কৰিলে ব্যক্তিয়ে সকলো পাপৰ পৰা মুক্তি লাভ কৰে। কিন্তু কাশীৰ গংগা ওলোটাকৈ বয়। ইয়াৰ আঁৰত আছে কাৰণ।

ওলোটাকৈ বয়

কোৱা হয়, কাশীস্থিতি মণিকৰ্ণিকা ঘাটৰ পৰা তুলসী ঘাটলৈ গংগা ওলোটাকৈ বয়। এই এলেকাটো প্ৰায় ডেৰ কিলোমিটাৰৰ।

গংগা

এই ঘাট দুটাৰ মাজত আৰু প্ৰায় ৪৫ টা ঘাট আছে। এই ঘাট কেইটাত প্ৰায় আধা ঘন্টাৰ পৰা ১ ঘন্টালৈ গংগা বিপৰীত দিশত বয়।

ওলোটাকৈ বয়

গংগাৰ পাৰস্থিত কাশীক বনাৰস বা কাশীক ভগৱান শিৱৰ নগৰ বুলি কোৱা হয়। বনাৰসক মোক্ষ অথবা মুক্তিৰ দুৱাৰ বুলিও কোৱা হয়।

কাৰণ

যেতিয়া গংগা সেই স্থানেৰে গৈ আছিল তেতিয়া দত্তোত্ৰেয়ৰ কমণ্ডল আৰু কুশা আসনো গংগাৰ সৈতে বৈ যায়। এয়া প্ৰায় ডেৰ কিলোমিটাৰ পৰ্যন্ত বৈ যায়।

দত্তোত্ৰেয়

যেতিয়া গংগাৰ সৈতে ভগৱান দত্তোত্ৰেয়ৰ আসন আৰু আন সামগ্ৰী বৈ যায় তেতিয়া গংগাই সেই সামগ্ৰী উভতাই দিবলৈ আহে আৰু ক্ষমা খোজে।

ক্ষমা

কোৱা হয়, তেতিয়াৰ পৰা মা গংগা প্ৰায় ডেৰ কিলোমিটাৰ বাট ওলোটাকৈ হয়। ডেৰ কিলোমিটাৰ বিপৰীত দিশত পোৱাৰ পাছত গংগাৰ গতি ঠিক হয়।

ওলোটাকৈ বয়

পঢ়িবলৈ ক্লিক কৰক 

কাশীৰ গংগা পানী কিয় ঘৰলৈ আনিব নালাগে