উপবাসৰ সময়ত কিয় খোৱা নহয় পিঁয়াজ-নহৰু?

৪ অক্টোবৰ, ২০২৪

TV9 ASSAM

হিন্দু ধৰ্মীয় উৎসৱৰ সময়ত আমিষ খাদ্যৰ লগতে নহৰু আৰু পিঁয়াজ খোৱাটোও নিষিদ্ধ। পিছে উপবাসৰ সময়ত কিয় নহৰু আৰু পিঁয়াজ নাখায় জানেনে?

উৎসৱৰ সময়ত ব্ৰত

শাস্ত্ৰ অনুযায়ী নহৰু আৰু পিঁয়াজ তামসিক খাদ্যৰ শ্ৰেণীত পৰে। এনে খাদ্যই মানুহৰ মনত উত্তেজনামূলক অনুভূতি আনে বুলি কোৱা হয়।

তামসিক খাদ্য

শাস্ত্ৰ মতে ভগৱান বিষ্ণুৱে মোহিনীৰ ৰূপ লৈ সমুদ্ৰ মন্থনত ওলোৱা অমৃত দেৱতাৰ মাজত বিতৰণ কৰাৰ সময়ত এজন অসুৰে দেৱতাৰ ৰূপ লৈ অমৃত পান কৰে।

ধৰ্মীয় কাৰণ

সূৰ্য আৰু চন্দ্ৰই এই কথা ধৰিব পাৰি বিষ্ণুক অৱগত কৰে। তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰে স্বৰভানু নামৰ সেই অসুৰৰ মূৰ শৰীৰৰ পৰা পৃথক কৰে।

বিষ্ণুৰ লীলা

ভগৱান বিষ্ণুৱে অসুৰৰ মূৰটো শৰীৰৰ পৰা পৃথক কৰিলেও সেই সময়লৈ স্বৰভানুৱে ইতিমধ্যে কেইটোপালমান অমৃত পান কৰিছিল।

অমৃতৰ টোপাল

অসুৰৰ কটা মূৰৰ পৰা মাটিত কেইটোপালমান তেজ পৰে আৰু সেই ঠাইতে নহৰু আৰু পিঁয়াজৰ সৃষ্টি হ’ল। সেয়ে উপবাসত নিষিদ্ধ নহৰু-পিয়াঁজ।

পিঁয়াজ নহৰুৰ উৎপত্তি

পঢ়িবলৈ ক্লিক কৰক

ধোনীৰ বিষয়ে মিছা মাতিলে হৰভজনে!