মনমোহন সিঙে কিয় সদায় নীলা পাগুৰি পৰিধান কৰিছিল ?

28 Dec 2024

TV9 ASSAM

৯২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে । তেওঁ সদায় নীলা ৰঙৰ পাগুৰি পৰিধান কৰিছিল ।

নীলা ৰঙৰ পাগুৰি

সহায় প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে নীলা ৰঙৰ পাগুৰি পৰিধান কৰা বাবে তেওঁক ব্লু টাৰ্বান নাম দিয়া হৈছিল ।

ব্লু টাৰ্বান

এই সন্দৰ্ভত মনমোহন সিঙে কৈছিল যে, তেওঁ নীলা ৰংটো প্ৰিয় ৰং । সেইবাৰে তেওঁ সদায় নীলা ৰঙৰ পাগুৰি পৰিধান কৰে ।

নীলা ৰংটো প্ৰিয় ৰং

কেমব্ৰিজত অধ্য়য়ন কৰি থকাৰ সময়তে তেওঁক ব্লু টাৰ্বান নাম দিয়া হৈছিল । সেই সময়তো তেওঁ নীলা পাগুৰি পৰিধান কৰিছিল ।

ক'ত দিয়া হৈছিল এই নাম ?

কিয়নো মনমোহন সিঙৰ নীলা ৰংটো প্ৰিয় ৰং আছিল । সেইবাবে তেওঁৰ বন্ধুসকলে এই নামটো দিছিল ।

বন্ধুসকলে দিছিল এই নাম

২০০৬ চনত মনমোহন সিঙৰ নীলা পাগুৰিটোৱে বিশেষভাৱে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল । এই লৈ আলোচনা হৈছিল সকলোতে ।

মানুহৰ দৃষ্টি আকৰ্ষণ 

এই নীলা ৰঙৰ পাগুৰিটোক লৈ তেওঁ কৈছিল যে, তেওঁ নীলা ৰংটো ভাল পায় । তেওঁ এই ৰংটোক তেওঁৰ ব্য়ক্তিত্বৰ অংশ বুলি গণ্য কৰে ।

ব্য়ক্তিত্বৰ অংশ

পঢ়িবলৈ ক্লিক কৰক

পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছিল মনমোহন সিঙৰ