২৫ ডিচেম্বৰত যীশুৰ জন্ম-তিথি উপলক্ষে বৰদিন পালন হয়।
18 Dec 2024
TV9 ASSAM
এই বিশেষ দিনটোত গোটেই দেশত বৰদিন হিচাপে পালন কৰা হয়।
বৰদিন
এই দিনটোত সকলোৱে হেপ্পী খ্ৰীষ্টমাছ কোৱাৰ পৰিৱৰ্তে মেৰী খ্ৰীষ্টমাছ কয়।
মেৰী খ্ৰীষ্টমাছ
আপুনি জানেনে মেৰী খ্ৰীষ্টমাছৰ অৰ্থ কি আৰু বৰদিনত কিয় কোৱা হয়?
কাৰণ
মেৰী শব্দটো জাৰ্মান আৰু পুৰণি ইংৰাজীৰ সংমিশ্ৰণত হৈছে।
কাৰণ
সাধাৰণ ভাষাত অৰ্থ হেপ্পী খ্ৰীষ্টমাছেই, হেপ্পী খ্ৰীষ্টমাছ নোকোৱাৰ কাৰণ জানক।
মেৰী খ্ৰীষ্টমাছ
১৬ শ শতিকাত মেৰী শব্দটো মানুহৰ মাজত প্ৰচলন হৈছিল।
সময়
কিন্তু অষ্টাদশ শতিকাৰ পিছত ইয়াৰ ব্যৱহাৰৰ প্ৰচলন বৃদ্ধি পায়।
মেৰী খ্ৰীষ্টমাছ
চাবলৈ ক্লিক কৰক
মেজি জ্বলোৱাৰ কাৰণ
Learn more