কিয় ব্ৰহ্মাক পূজা কৰা নহয়...

১৬ অক্টোবৰ, ২০২৪

ত্ৰিমূৰ্তি- ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ..এই নাম কেইটা সকলোৰে পৰিচিত। ব্ৰহ্মাক সৃষ্টিকৰ্তা বুলি কোৱা হয়, ভগৱান বিষ্ণুক সংসাৰৰ পালনকৰ্তা আৰু ভগৱান শিৱক সংহাৰৰ দেৱতা বুলি কোৱা হয়।

সৃষ্টিকৰ্তা

এই ৩ দেৱতাৰ ভগৱান বিষ্ণু আৰু শিৱৰ পূজা সমগ্ৰ বিশ্বতে কৰে। কিন্তু ব্ৰহ্মাদেৱৰ পূজা নহয়। ইয়াৰ আছে বিশেষ কাৰণ।

ব্ৰহ্মা

ব্ৰহ্মাদেৱৰ কেৱল এটাই মন্দিৰ আছে। এই মন্দিৰটো পুস্কৰত অৱস্থিত। এই মন্দিৰৰ কাহিনী ব্ৰহ্মা আৰু সৰস্বতীৰ বিয়াৰ সৈতে জড়িত। ইয়াৰ উল্লেখ সৰস্বতী পুৰাণত আছে।

পুস্কৰত মন্দিৰ

পৌৰাণিক কথা অনুসৰি সৰস্বতী আছিল ব্ৰহ্মাৰ কন্যা। পৃথিৱী সৃষ্টি কৰাৰ পাছত ব্ৰহ্মাই নিজৰ তেজৰ পৰা সৰস্বতীক জন্ম দিছিল। সেইবাবে কোৱা হয়, সৰস্বতীৰ কোনো মাতৃ নাই।

ব্ৰহ্মাৰ কন্যা আছিল

সৰস্বতী বিদ্যাৰ দেৱী। সৰস্বতী মা বহুত ধুনীয়া আৰু আকৰ্ষণীয় আছিল। এই কাৰণে স্বয়ং ব্ৰহ্মাই তেওঁৰ প্ৰতি আকৰ্ষিত হৈ বিবাহ কৰোৱাৰ কথা চিন্তা কৰিছিল।

বিবাহ

মা সৰস্বতীয়ে ব্ৰহ্মাৰ ইচ্ছাৰ কথা গম পাইছিল। তেওঁ ব্ৰহ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ব বিচৰা নাছিল। তেওঁ ব্ৰহ্মাৰ পৰা আঁতৰত থকাৰ চেষ্টা কৰিছিল কিন্তু সফল হোৱা নাছিল।

সৰস্বতী

শেষত সৰস্বতী মা ব্ৰহ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'বলৈ বাধ্য হৈছিল। কোৱা হয়, এই বিষয়টোৱে দেৱলোকত যথেষ্ঠ চৰ্চিত হৈছিল যাৰ বাবে ব্ৰহ্মাৰ পূজা কৰা নহয়।

বিবাহ

পঢ়িবলৈ ক্লিক কৰক 

শাৰদ পূৰ্ণিমা