কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে ?

25 Dec 2024

ছাণ্টাক্লজৰ অবিহনে বৰদিনৰ অসম্পূৰ্ণ হৈ থাকে । বৰদিনৰ দিনটোত ছাণ্টাৰ বাবে শিশুসকলে অপেক্ষা কৰিল থাকে ।

ছাণ্টাৰ অবিহনে বৰদিনৰ অসম্পূৰ্ণ

ছাণ্টাক্লজৰ প্ৰকৃত নাম আছিল ছেণ্ট নিকোলাছ । ছেণ্ট নিকোলাছৰ জন্ম হৈছিল তুৰ্কী মাইৰা চহৰত ।

ছাণ্টাক্লজৰ প্ৰকৃত নাম 

বিশ্বাস অনুসৰি, ছেণ্ট নিকোলাছে আগতে প্ৰায়ে ৰঙা কাপোৰ পৰিধান কৰিছিল । ইয়াৰ পৰাই ছাণ্টাক্লজে ৰঙা কাপোৰ পৰিধান কৰা ধাৰা আৰম্ভ হয় ।

ৰঙা কাপোৰ পৰিধান

ছেণ্ট নিকোলাছ তেওঁ এগৰাকী দয়ালু প্ৰকৃতিৰ লোক হিচাপে পৰিচিত আছিল । পাছত ছাণ্টাক্লজক ৰঙা বগা কাপোৰ পিন্ধা দেখা গ'ল ।

দয়ালু প্ৰকৃতিৰ

ইতিহাসবিদসকলে কয় যে, ছেণ্ট নিকোলাছে ৰঙা ৰঙৰ বাহিৰে আন ৰঙৰ কাপোৰ পৰিধান কৰিছিল যদিও ৰঙা ৰংটোক বিশেষ প্ৰধান্য দিছিল ।

ৰঙা ৰঙক বিশেষ প্ৰধান্য

কিছুমান লোকে বিশ্বাস কৰে যে, ছাণ্টা আৰু যীশুখ্ৰীষ্টৰ মাজত সম্পৰ্ক আছে । কিন্তু এই বিষয়টো বহুলোকে অস্বীকাৰ কৰে । 

 ছাণ্টা আৰু যীশুখ্ৰীষ্টৰ সম্পৰ্ক 

পঢ়িবলৈ ক্লিক কৰক

খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক