১৬ জুন, ২০২৪
উট বিশেষকৈ মৰুভূমিত পোৱা যায়। চৌদি আৰৱত উটক ৰাষ্ট্ৰীয় পশুৰ মৰ্যদা দিছে।
ৰাষ্ট্ৰীয় পশু হোৱাৰ পাছতো চৌদি আৰৱে প্ৰতি বছৰ বহু সংখ্যক উট আমদানি কৰে। কিন্তু ইয়াৰ কাৰণ আছে।
উটক মৰুভূমিৰ ৰজা বুলি কোৱা হয়। উটে পানী আৰু খাদ্য অবিহনে বহু দিন ধৰি ভালদৰে জীয়াই থাকিব পাৰে।
চৌদি আৰৱত মানুহৰ জীৱন প্ৰণালী আৰু সংস্কৃতিৰ ক্ষেত্ৰত উটৰ বিশেষ ভূমিকা আছে।
উটৰ গাখীৰ আৰু মাংস চৌদি আৰৱৰ জনসাধাৰণৰ দীৰ্ঘদিনৰ পৰা ব্যৱহাৰ কৰি আহিছে। খাদ্যৰ ভিতৰত উটৰ মাংসৰ যথেষ্ঠ গুৰুত্ব আছে চৌদিত
চৌদিত বহুতে উট পোহে। এই উট ৰেচিং আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
পঢ়িবলৈ ক্লিক কৰক
মুম্বাইৰ পৰা উৰা মৰা বিমান