তুলসীৰ পাতৰ উপকাৰিতা জানো আহক

11 July 2024

 TV9 Assam

তুলসী পাতৰ গুণ বহুত

গুণ

আয়ুৰ্বেদতো বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে তুলসী ব্যৱহাৰ কৰা হৈছিল।

তুলসী

ই শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে

সুস্থ

শৰীৰত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰটো সহায় কৰে ।

ৰোগ

ইয়াৰ পাতে চৰ্দি-কাহ আদিৰ ৰোগ নিৰাময় কৰাত সহায় কৰে ।

চৰ্দি-কাহ

তুলসী পাতে খালে ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি পাই বুলি কোৱা হয় ।

উপকাৰী

খালে মানসিক চাপৰ পৰা উপশম পোৱা যায়।

খালী পেট

অনন্ত-ৰাধিকাৰ অভ্যৰ্থনা

চাবলৈ ক্লিক কৰক