মানসিক চাপৰ বাবেও চুলি সৰে নেকি?

১৩ অক্টোবৰ ২০২৪

 TV9 ASSAM

বৰ্তমানৰ জীৱনশৈলীত বিভিন্ন পৰিস্থিতিৰ ফলত প্ৰায়ভাগ লোকে চাপত ভোগে। কিন্তু অত্যাধিক চাপৰ বাবে স্বাস্থ্যৰ উপৰিও চুলিৰ সৈতে সম্পৰ্কিত সমস্যা হ'ব পাৰে।

চাপ

চাপৰ ফলত চুলি সৰা আৰু দুৰ্বলতা হ'ব পাৰে। আমি এই কথা বহুবাৰ শুনিছোঁ। কিন্তু এনে কিয় হয়? বিশেষজ্ঞৰ পৰা ইয়াৰ বিষয়ে জানো আহক

চুলি সৰা

আৰএমএল হাস্পতালৰ ডাৰ্মাটোলজী বিভাগৰ ডাঃ ভৱিক ধীৰৰ মতে, দীঘলীয়া মানসিক চাপৰ বাবে, চুলি সৰাৰ সমস্যা হ'ব পাৰে।

কি কয় বিশেষজ্ঞই?

চিকিৎসকসকলে কয় যে মানসিক চাপে শৰীৰৰ বহুতো অংশক প্ৰভাৱিত কৰে। ই ৰোগ প্ৰতিৰোধ প্ৰণালীকো প্ৰভাৱিত কৰে।

চাপ আৰু চুলি সৰা

ৰোগ প্ৰতিৰোধ প্ৰণালীৰ ওপৰত বেয়া প্ৰভাৱৰ বাবে, চুলিৰ ফলিকলো ক্ষতিগ্ৰস্ত হয়। যাৰ ফলত চুলি সৰাৰ সমস্যা হ'ব পাৰে।

চুলিৰ ফলিকল

চিকিৎসকে কৈছে যে এয়া খুব কম ক্ষেত্ৰতে হয়। বেছিভাগ ক্ষেত্ৰত, আনুবংশিক, আহাৰ, শৰীৰত পুষ্টিৰ অভাৱ বা যিকোনো ৰোগ হৈছে চুলি সৰাৰ সাধাৰণ কাৰণ।

জীৱনশৈলী

চাপ নিয়ন্ত্ৰণ কৰাৰ লগতে এক স্বাস্থ্যকৰ জীৱনশৈলী, পুষ্টিসমৃদ্ধ আহাৰ আৰু  চুলিৰ সঠিক যত্ন গ্ৰহণ লোৱাটো প্ৰয়োজনীয়।

চুলিৰ যত্ন আৰু ডায়েট

সূৰ্যাস্তৰ সময়ত নকৰিব এই কাম

চাবলৈ ক্লিক কৰক