জগন্নাথ মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থস্থান।

28 Jan 2025

TV9 ASSAM

য’ত কৃষ্ণৰ ভগ্নী সুভদ্ৰা জগন্নাথ আৰু বলভদ্ৰৰ একেলগে পূজা কৰা হয়।

জগন্নাথ মন্দিৰ

আজিও এই মন্দিৰৰ ৰহস্য দেখি বিজ্ঞানীসকল আচৰিত হৈ পৰে। 

ৰহস্য

জগন্নাথ পুৰীত বতাহৰ বিপৰীত দিশত উৰে মন্দিৰৰ পতাকা।

ৰহস্য

এবাৰ হনুমানে বতাহতকৈ দ্ৰুত গতিত মন্দিৰৰ চাৰিওফালে ঘূৰি আছিল। 

জনবিশ্বাস

হনুমানে ঘূৰাৰ বাবে মন্দিৰৰ চাৰিওফালে বায়ুৰ এটা বৃত্ত সৃষ্টি হৈছিল।

হনুমানৰ শক্তি

জনবিশ্বাস মতে, হনুমানে মন্দিৰৰ ভিতৰলৈ সাগৰৰ শব্দ নাযাবলৈ এয়া কৰিছিল।

হনুমানৰ শক্তি

ইয়াৰ পিছৰে পৰা বতাহৰ বিপৰীত দিশত উৰে পুৰীৰ জগন্নাথ মন্দিৰৰ পতাকা।

জনবিশ্বাস

চাবলৈ ক্লিক কৰক 

নিম গছ ৰোপণৰ নিয়ম