ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
20 March 2025
TV9 ASSAM
কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয় বহু গুৰুত্বপূৰ্ণ কথা।
কেবিনেট
গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত এতিয়া ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব দোকান।
মন্তব্য
গুৱাহাটীত ২৪ ঘন্টাই বিমান আৰু ৰে'ল আহি থাকে গতিকে দোকান খোলা থাকিব।
মুখ্যমন্ত্ৰীৰ মন্তব্য
গুৱাহাটীত নিশা ২ বজালৈ খোলা থাকিব WINE SHOP
মুখ্যমন্ত্ৰীৰ মন্তব্য
আন জিলা সমূহত নিশা ১২ বজালৈ খোলা ৰাখিব পাৰিব WINE SHOP
মুখ্যমন্ত্ৰীৰ মন্তব্য
গ্ৰামাঞ্চলত নিশা ১১ বজালৈ দোকান-পোহাৰ খোলা ৰাখিব পাৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীৰ মন্তব্য
ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ।
মুখ্যমন্ত্ৰীৰ মন্তব্য
চাবলৈ ক্লিক কৰক
ফেশ্বন টিপচ
Learn more