মহিলা টি-২০ বিশ্বকাপৰ পুৰস্কাৰৰ বিষয়ে জানেনে?

২১ অক্টোবৰ ২০২৪

TV9 ASSAM

দেওবাৰে দক্ষণি আফ্ৰিকাক ৩২ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে নিউজিলেণ্ডে।

মহিলা টি-২০ বিশ্বকাপ

প্ৰতিযোগিতাৰ বিজয়ী হিচাপে নিউজিলেণ্ডে ২৩.৪ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১৯.৬৭ কোটি টকাৰ পুৰস্কাৰ লাভ কৰে।

বিজয়ৰ পুৰস্কাৰ

আনহাতে ৰাণাৰ্চ আপ দক্ষিণ আফ্ৰিকাই ১১.৭ মিলিয়ন ডলাৰ অৰ্থাৎ ৯.৮৩ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ লাভ কৰে।

ৰাণাৰ্চ আপ

তদুপৰিও গ্ৰুপ পৰ্যায়ৰ এখন খেলত জয়ী হোৱাৰ বাবে প্ৰতিটো দলক ২৬.১৯ লাখ টকাও প্ৰদান কৰা হৈছে।

মুঠ পুৰস্কাৰ

এইদৰে গ্ৰুপত ৩ খন মেচত জয়ৰ সূত্ৰে লাভ কৰা অতিৰিক্ত ৭৮ লাখ টকাসহ নিউজিলেণ্ডে প্ৰায় ২০.৪৫ কোটি টকা পুৰস্কাৰ লাভ কৰে।

নিউজিলেণ্ড

তেনেদৰে দক্ষিণ আফ্ৰিকায়ো গ্ৰুপ পৰ্যায়ৰ অতিৰিক্ত ৭৮ লাখ টকাসহ মুঠ প্ৰায় ১০.৬২ কোটি টকা পুৰস্কাৰ লাভ কৰে।

দক্ষিণ আফ্ৰিকা

আনহাতে গ্ৰুপত শ্ৰীলংকা আৰু পাকিস্তানক পৰাস্ত কৰা ভাৰতে ২খন মেচত জয়ৰ সূত্ৰে মাত্ৰ ৫২ লাখ টকাৰ পুৰস্কাৰহে লাভ কৰিব।

ভাৰত

পঢ়িবলৈ ক্লিক কৰক

বাহিৰ হ’ব নেকি পণ্ট!