এটা টিকটেৰে ৩খন দেশ ভ্ৰমণ কৰিব পৰা এখন ৰে'ল

7 August 2024

 TV9 Assam

এখন ৰে'ল আছে যিয়ে যাত্ৰীসকলক তিনিখন দেশ ভ্ৰমণ কৰাই, সেয়াও মাত্ৰ এটা টিকটত। এই ৰে'লখনে চীন আৰু মংগোলিয়াক সংযোগ কৰে।

 এখন বিশেষ ৰে'ল

এই ৰে'লখন ৰাছিয়াৰ মস্কো চহৰৰ পৰা উত্তৰ কোৰিয়াৰ পিয়ংইয়ং চহৰলৈ যায়। ইয়াৰ যাত্ৰা মস্কো চহৰৰ পৰা আৰম্ভ কৰিব পাৰি।

দীৰ্ঘতম দূৰত্বৰ ৰে'ল

পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰা ৰে'লখন নাম ট্ৰেন্স চাইবেৰিয়ান। এটা যাত্ৰা সম্পূৰ্ণ কৰিবলৈ এই ৰে'লখনে ৭ দিন সময় লয়।

নাম

ট্ৰেন্স চাইবেৰিয়ান ৰে'লখনে যাত্ৰাৰ সময়ত ৮৭খন চহৰৰ মাজেৰে পাৰ হয়। যাত্ৰা পথত ১৪২টা ষ্টেচন আছে।

৮৭ খন চহৰৰ মাজেৰে পাৰ হয়

এই ৰে'লখন ১৯১৬ চনত আৰম্ভ কৰা হৈছিল। যাৰ উদ্দেশ্য আছিল চাইবেৰিয়াৰ জনসংখ্যা বৃদ্ধি কৰা আৰু অৰ্থনৈতিক বিকাশ শক্তিশালী কৰা।

 আৰম্ভণি

ট্ৰেন্স চাইবেৰিয়ান ৰে'লখনে ১০ হাজাৰ ২১৪ কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰে। যিটো দৃৰত্ব পৃথিৱীৰ আন ৰে'লে অতিক্ৰম কৰিব নোৱাৰে।

গঢ়িছে ৰেকৰ্ড

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে। কিন্তু ভাৰত স্বাধীন হোৱাৰ আগতে এখন জিলা স্বাধীন হৈছিল।

দীঘলীয়া দূৰত্বৰ ভাৰতীয় ৰে'ল

বিনেশ ফ’গাটৰ  ওজন হ্ৰাস

চাবলৈ ক্লিক কৰক