TV9 ASSAM
আইএমএফৰ মতে আফ্ৰিকা মহাদ্বিপীয় দেশ চাউথ চুডান পৃথিৱীৰ সবাতোকৈ দুখীয়া দেশ। ইয়াক এজন ব্যক্তিৰ বছৰি জিডিপি ৭৬২.৯৩ ডলাৰ। ভাৰতীয় টকাৰ হিচাপৰ ইয়াৰ পৰিমা ৬৪,৩৭৯ টকা।
আই এম এফৰ মতে আফ্ৰিকাৰ মহাদ্বিপীয় দেশ বুৰণ্ডী বিশ্বৰ দ্বিতীয়খন দৰিদ্ৰ দেশ। ইয়াত প্ৰতি ব্যক্তিৰ বছৰি জিপিডি ৯৮৫.৬৫ডলাৰ। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ পৰিমাণ ৮৩,০০০ টকা।
আফ্ৰিকান ৰিপাব্লিক বিশ্বৰ তৃতীয়খন দৰিদ্ৰ দেশ। ইয়াত এজন ব্যক্তিৰ বছৰি জিপিডি ১,৩০০ ডলাৰ, ভাৰতীয় টকাৰ হিচাপত ইয়াৰ পৰিমাণ ১,০৯,৭০০ টকা।
এই দেশৰ এজন ব্যক্তিৰ বছৰি জিপিডি ১,৭১০ ডলাৰ। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ পৰিমাণ ১ লাখ ৪৪ হাজাৰ। ই বিশ্বৰ চতুৰ্থ দৰিদ্ৰ দেশৰ স্থানত আছে।
বিশ্বৰ দৰিদ্ৰ দেশৰ ৫ নং স্থানত আছে মৌজাম্বিক। ইয়াত এজন ব্যক্তিৰ বছৰি জিডিপি ১,৭৩০ ডলাৰ। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ পৰিমাণ প্ৰায় ১ লাখ ৪৬ হাজাৰ টকা।
বিশ্বৰ দৰিদ্ৰ দেশৰ তালিকাত ষষ্ঠ স্থানত আছে কাংগো। এই দেশত এজন ব্যক্তিৰ বছৰি জিডিপি ১,৮৪০ ডলাৰ। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ পৰিমাণ প্ৰায় ১ লাখ ৫৫ হাজাৰ।
বিশ্বৰ দৰিদ্ৰ দেশৰ সপ্তম স্থানত আছে লাইবেৰিয়া। ইয়াত বছৰি এজন ব্যক্তিৰ জিডিপি ১,৯০০ ডলাৰ।ভাৰতীয় টকা হিচাপত প্ৰায় ১লাখ ৬০ হাজাৰ
পঢ়িবলৈ ক্লিক কৰক