কাৰ সৈতে কাজিয়া লাগিল যুৱৰাজ সিঙৰ...

17 March 2025

TV9 ASSAM

ইন্টাৰনেশ্যনেল মাষ্টাৰ্চ লীগ টি-২০ ফাইনেল মেচ ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হয়।  এই খেলত শচীন তেণ্ডুলকাৰৰ অধিনায়কত্বত থকা দলটোৱে জয় লাভ কৰিবলৈ সক্ষম হয়।

IML T20 ফাইনেল

এই খেলৰ মাজতে কিংবদন্তি খেলুৱৈ তথা অলৰাউণ্ডাৰ যুৱৰাজ সিং আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বলাৰ টিনো ৱেষ্টৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

কাজিয়া

দ্বিতীয় ইনিংছৰ ১৩ অভাৰত যুৱৰাজ সিং আৰু টিনো ৱেষ্টৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। দুয়োৰে মাজত কথাৰ কটাকটি লাগি থকাৰ মাজতে আম্পায়াক আৰু ব্ৰায়ন লাৰা দুয়োৰে মাজত আহিবলগীয়া হয়।

কি হয়

জানিব পৰা মতে, টিনো ৱেষ্ট নিজৰ অভাৰ সম্পূৰ্ণ কৰাৰ পাছত খেলপথাৰৰ পৰা বাহিৰলৈ গৈ আছিল। কিন্তু যুৱৰাজে অভিযোগ কৰাৰ পাছত আম্পায়াৰে টিনো ৱেষ্টক বাধা প্ৰদান কৰে আৰু তেতিয়াই এই ঘটনা হয়।

কাৰণ

উল্লেখ্য যে, টিনো ৱেষ্ট প্ৰায়ে চৰ্চাত থাকে। তেওঁ নিজৰ অটোবায়গ্ৰাফী Mind the windows:My story ত নিজৰ জীৱনৰ লগত জড়িত বহু কথা প্ৰকাশ কৰে।

বিবাদ

এই কিতাপখনতে তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ ৫০০ ৰ পৰা ৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে। তেওঁৰ মতে, মূৰত চুলি নথকা বিশ্বৰ সবাতোকৈ ধুনীয়া কৃষ্ণাংগ তেওঁ।

৬৫০ গৰাকী যুৱতী

টিনোই কিতাপত উল্লেখ কৰিছিল যে, মই দলৰ সৈতে বিদেশলৈ গ'লে যুৱতীৰ সৈতে চিনাকী হৈছিলো আৰু ডেটত গৈছিলো। পৰৱৰ্তী সময়ত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিলো। কিমানবাৰ এনে কৰিছো হিচাপ নাই।

নিজে কৈছিল

পঢ়িবলৈ ক্লিক কৰক

আৰ্থিক সমস্যাৰ পৰা কেনেকৈ পাব সকাহ