শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিলামত অংশগ্ৰহণ ৰাজনীতিবিদ-হলিউডৰ অভিনেতাৰ ! নিজৰ কুমাৰীত্ব ১৮ কোটি টকাত বিক্ৰী কৰিলে ব্ৰিটেইনৰ এগৰাকী যুৱতীয়ে

চৰ্চিত ব্ৰিটেইনৰ এগৰাকী ২২ বছৰীয়া যুৱতী । তেওঁ কুমাৰীত্ব নিলামত দৰ উঠিল ১৮ কোটি টকা । নিজৰ কুমাৰীত্ব প্ৰায় ১৭ লাখ ইউৰোত বিক্ৰী কৰিলে যুৱতীগৰাকীয়ে । এই যুৱতীগৰাকী মানচেষ্টাৰৰ এগৰাকী ছাত্ৰী ।

নিলামত অংশগ্ৰহণ ৰাজনীতিবিদ-হলিউডৰ অভিনেতাৰ ! নিজৰ কুমাৰীত্ব ১৮ কোটি টকাত বিক্ৰী কৰিলে ব্ৰিটেইনৰ এগৰাকী যুৱতীয়ে
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 15 Mar 2025 11:43 AM

সমগ্ৰ বিশ্ব জুৰি চৰ্চিত ব্ৰিটেইনৰ এগৰাকী ২২ বছৰীয়া যুৱতী । তেওঁ কুমাৰীত্ব নিলামত দৰ উঠিল ১৮ কোটি টকা । নিজৰ কুমাৰীত্ব প্ৰায় ১৭ লাখ ইউৰোত বিক্ৰী কৰিলে যুৱতীগৰাকীয়ে । এই যুৱতীগৰাকী মানচেষ্টাৰৰ এগৰাকী ছাত্ৰী । ছাত্ৰীগৰাকীৰ নাম ল’ৰা(Laura)। ২০২৩ চনতেই তেওঁ নিজৰ কুমাৰীত্ব বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ বাবে এস্কৰ্ট এজেন্সীত আবেদন কৰিছিল। ইয়াৰ পিছত কেইমাহমানৰ পাছত তাই কুমাৰীত্ব ক্ৰয় কৰিবলৈ সম্ভাৱ্য ক্ৰেতাক লগ পোৱাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

মিৰ’ৰৰ মতে, ধৰ্মীয় পটভূমিৰ পৰা অহা ল’ৰাই কয় যে, তেওঁৰ সিদ্ধান্তৰ বাবে তেওঁৰ কোনো আক্ষেপ নাই। তেওঁ নিজৰ এই সিদ্ধান্তক আৰ্থিক সুৰক্ষাৰ বাবে এক ব্যৱহাৰিক পদক্ষেপ বুলি অভিহিত কৰে। ইয়াৰ বাবে তেওঁৰ কোনো আক্ষেপ নাই বুলি স্পষ্ট কৰি দিয়ে যুৱতীগৰাকীয়ে । বহু ছোৱালীয়ে বিনিময়ত একো নাপাই, কিন্তু তেওঁলোকে কুমাৰীত্ব হেৰুৱাই পেলায়। অন্ততঃ এই কাম কৰিয়েই ভৱিষ্যত সুৰক্ষিত কৰা বুলি উল্লেখ কৰে যুৱতীগৰাকীয়ে ।

ল’ৰাই কয় যে, ৰাজনীতিবিদ, ব্যৱসায়ী নেতা আৰু চেলিব্ৰিটিসকলেও এই নিলামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। লছ এঞ্জেলছৰ এজন অতি বিখ্যাত হলিউডৰ অভিনেতাই লণ্ডনৰ এজন ৰাজনীতিবিদ আৰু ডুবাইৰ এজন ব্যৱসায়ীক পৰাস্ত কৰি নিলামত তেওঁ কুমাৰীত্ব ক্ৰয় কৰিবলৈ সক্ষম হয় । ল’ৰাই কয় যে, ৰাজনীতিবিদ, ব্যৱসায়ী নেতা আৰু চেলিব্ৰিটিসকলেও এই নিলামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। তেওঁ কয় যে, লছ এঞ্জেলছৰ এজন অতি বিখ্যাত হলিউডৰ অভিনেতাই লণ্ডনৰ এজন ৰাজনীতিবিদ আৰু ডুবাইৰ এজন ব্যৱসায়ীক পৰাস্ত কৰি এই নিলামত জয়লাভ কৰে।

এই নিলামৰ পাছতে এস্কৰ্ট চাইটৰ এজন দলৰ সদস্যৰ সৈতে ল’ৰাই লণ্ডনৰ এখন পঞ্চতাৰকাযুক্ত হোটেলত অভিনেতাজনক লগ কৰিবলৈ যায়। চুক্তিৰ অংশ হিচাপে ক্ৰেতাৰ উপস্থিতিত চিকিৎসা পৰীক্ষাও কৰি যুৱতীগৰাকীৰ কুমাৰীত্ব পৰীক্ষা কৰা হয়। ল’ৰাই নিজৰ বিতৰ্কিত সিদ্ধান্তৰ আঁৰৰ কাৰণ বুজাই কয় যে, তেওঁ নিজৰ সিদ্ধান্তত সুখী। “মই এই সিদ্ধান্ত লোৱাত সুখী, কাৰণ এজন ব্যক্তি হিচাপে মই অতি যুক্তিসংগতভাৱে চিন্তা কৰো।” এইদৰে কয় ২২ বছৰীয়া ল’ৰায়(Laura) ।