5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কিয় গাজাৰ বিদ্যালয়সমূহ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ইজৰাইল সেনাৰ ?

Israeli attacks on schools in Gaza : যোৱা বছৰৰ পৰা আৰম্ভ হোৱা গাজা আৰু ইজৰাইলৰ যুদ্ধ এতিয়াও বন্ধ হোৱা নাই। এই যুদ্ধৰ জুই এতিয়াও জ্বলি আছে গাজাত। যোৱা চাৰি দিনত গাজাৰ কেইবাখনো বিদ্যালয়ত আক্ৰমণ সংঘটিত কৰিছে ইজৰাইল সেনাই । ইজৰাইল সেনাৰ সন্দেহ এই বিদ্যালয় সমূহত হামাছৰ সন্ত্ৰাসবাদীয়ে আশ্ৰয় গ্ৰহণ কৰিছে ।

manas-borah
Manas Borah | Published: 10 Jul 2024 18:01 PM
যোৱা বছৰৰ পৰা আৰম্ভ হোৱা গাজা আৰু ইজৰাইলৰ যুদ্ধ এতিয়াও বন্ধ হোৱা নাই। এই যুদ্ধৰ জুই এতিয়াও জ্বলি আছে গাজাত।

1 / 8
যোৱা চাৰি দিনত গাজাৰ কেইবাখনো বিদ্যালয়ত আক্ৰমণ সংঘটিত কৰিছে ইজৰাইল সেনাই । ইজৰাইল সেনাৰ সন্দেহ এই বিদ্যালয় সমূহত হামাছৰ সন্ত্ৰাসবাদীয়ে আশ্ৰয় গ্ৰহণ কৰিছে ।

2 / 8
মঙলবাৰে সন্ধিয়া দক্ষিণ গাজা ষ্ট্ৰিপৰ খান ইউনুছ চহৰৰ এখন বিদ্যালয়ত আক্ৰমণ কৰে ইজৰাইলে । এই আক্ৰমণত মহিলা আৰু শিশুকে ধৰি ২৭ জন লোকৰ মৃত্যু হয় আৰু বহু লোক আহত হয়।

3 / 8
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, একেদৰে যোৱা শনিবাৰেও মধ্য গাজাৰ নুসিৰাটৰ ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিচালিত আল-জৌনি বিদ্যালয়ত আক্ৰমণ কৰে ইজৰাইলে । ইজৰাইলৰ এই আক্ৰমণত ১৬ জন লোকৰ মৃত্যু হয়।

4 / 8
ৰাষ্ট্ৰসংঘৰ সংস্থা ইউএনআৰডব্লিউএৰ মতে, এই আক্ৰমণ সংঘটিত হোৱাৰ সময়ত বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰা ২০০০ লোক আছিল।

5 / 8
ইয়াৰ পিছত পিছদিনা গাজা চহৰত গীৰ্জাৰ দ্বাৰা পৰিচালিত আন এখন হলি ফেমিলি স্কুলত আক্ৰমণ কৰে ইজৰাইল সেনাই । য’ত ৪ জন লোকৰ মৃত্যু হয়।

6 / 8
এই আক্ৰমণৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰি ইজৰাইলে কয় যে, তেওঁলোকে অনুভৱ কৰিছে যে হামাছৰ সন্ত্ৰাসবাদীয়ে এই বিদ্যালয়সমূহত আশ্ৰয় লৈছে ।

7 / 8
ইজৰাইল আৰু গাজাৰ মাজত ভয়ানক যুদ্ধ আৰম্ভ হৈছিল ৭ অক্টোবৰৰ পৰা। য’ত এতিয়ালৈকে কমেও ৩৮,২৪৩ জন পেলেষ্টাইনী নিহত আৰু ৮৮,০৩৩ জনতকৈ অধিক আহত হয়।

8 / 8
Latest Stories