মুকেশ আম্বানীৰ ডাঙৰ ৰহস্য ফাদিল কৰিলে পুত্ৰ আকাশ আম্বানীয়ে…

Mar 02, 2025 | 10:39 PM

বিশ্বৰ শীৰ্ষ ১০ জন ধনী ব্যক্তিৰ ভিতৰত মুকেশ আম্বানীৰ নামো আছে। কিন্তু ইমান ধনবান হোৱাৰ পাছতো মুকেশ আম্বানীয়ে নিজৰ কাম নিজে কৰি ভাল পায়।

মুকেশ আম্বানীৰ বিষয়ে প্ৰায় সকলোৱে জানে। বিশ্বৰ শীৰ্ষ ১০ জন ধনী ব্যক্তিৰ ভিতৰত মুকেশ আম্বানীৰ নামো আছে। কিন্তু ইমান ধনবান হোৱাৰ পাছতো মুকেশ আম্বানীয়ে নিজৰ কাম নিজে কৰি ভাল পায়। প্ৰতিদিনে  নিশা ২ বজা পৰ্যন্ত সাৰে থাকে মুকেশ আম্বানী। পিছে ইমান নিশালৈ কি কৰি থাকে আম্বানীয়ে। তেওঁৰ এই গোপন ৰহস্য ফাদিল কৰিলে পুত্ৰ আকাশ আম্বানীয়ে। এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই বিষয়ে জনাই বৰ পুত্ৰই।