PM Modi at Mahakumbh: ত্ৰিবেণী সংগমত ডুব মাৰি পূজা-অৰ্চনা প্ৰধানমন্ত্ৰী মোদীৰ
গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থল ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰি পূজা আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থল ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰি পূজা আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । গেৰুৱা ৰঙৰ এটা জেকেট আৰু নীলা ৰঙৰ এটা ট্ৰেক পেন্ট পৰিধান কৰি গংগাত ডুব মাৰিলে প্ৰধানমন্ত্ৰীয়ে । প্ৰয়াগৰাজত উপস্থিত হোৱাৰ পাচতেই এখন নাৱত উঠি যমুনা নদীত নৌকা বিহাৰৰ আমেজ লয় প্ৰধানমন্ত্ৰীয়ে । তেওঁক সংগ দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ।