ৰাজ্যৰ পৰা বিশ্বলৈ, বিভিন্ন প্ৰান্তৰ খবৰ… Video

Mar 16, 2025 | 11:11 PM

গুৱাহাটীত অসম-নাগালেণ্ডৰ মুখ্য়মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক । গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত নাগালেণ্ডৰ মুখ্য়মন্ত্ৰী নেইফিউ ৰিঅ'ক সাক্ষাৎ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত আলোচনা দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ ।

ইম্ফল- গুৱাহাটী জ’নত ৮৮ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ । আটক কৰা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ কাৰ্টেলৰ চাৰি সদস্যক । সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে তথ্য প্ৰকাশ গৃহমন্ত্ৰী অমিত শ্বাহৰ । ড্ৰাগছ কাৰ্টেলৰ প্ৰতি নাই কোনো দয়া । কঠোৰ সকিয়নী গৃহমন্ত্ৰীৰ ।

গুৱাহাটীত অসম-নাগালেণ্ডৰ মুখ্য়মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক । গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত নাগালেণ্ডৰ মুখ্য়মন্ত্ৰী নেইফিউ ৰিঅ’ক সাক্ষাৎ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত আলোচনা দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ ।

বিশ্ব ৪১ খন দেশৰ নাগৰিকৰ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে আমেৰিকাই । ইতিমধ্য়ে তালিকা প্ৰস্তুত আমেৰিকাৰ । তালিকাত পাকিস্তান, আফগানিস্তানৰ দৰে দেশৰ নাম সন্নিবিষ্ট । অনুপ্ৰৱেশকাৰীক ৰোধ কৰাৰ বাবে এই কঠোৰ সিদ্ধান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ।